দুমকা জিলা
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দুমকা জিলা (চাওঁতালি: ডুমকৗ) ভাৰতৰ অংগৰাজ্য ঝাৰখণ্ডৰ ২৪খন জিলাৰ ভিতৰত এখন। দুমকা এই জিলাৰ প্ৰশাসনিক সদৰ ঠাই। দুমকা জিলাৰ মুঠ মাটিকালি ৩৭১৬.০২ বৰ্গকিলোমিটা। ২০০০ চনত গঠিত ঝাৰখণ্ড ৰাজ্যৰ দ্বিতীয় ৰাজধানী চহৰ ঘোষণা কৰা হৈছিল।
অৰ্থনীতি
[সম্পাদনা কৰক]২০০৬ চনত ভাৰত চৰকাৰে দুমকা জিলাক দেশৰ ২৫০তম অতি পিচপৰা জিলাৰ তালিকাত ৰাখে (৬৪০ টা জিলাৰ ভিতৰত)। দুমকা জিলাই ভাৰত চৰকাৰৰ পিছপৰা অঞ্চল অনুদান ন্যাস প্ৰগ্ৰেম চমুকৈ বিআৰজিএফ পৰা অনুদান প্ৰহণ কৰে।