সমললৈ যাওক

দুলিয়াজান সাহিত্য সভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাহিত্য সভাৰ এটা শাখা দুলীয়াজান সাহিত্য সভা। ১৯৬৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে এই শাখা প্ৰতিষ্ঠা হৈছিল। যদিও অসম সাহিত্য সভাৰ এক শাখা হিচাপে দুলীয়াজান সাহিত্য সভাই কাম কৰি আছে তথাপি এই শাখাৰ সৈতে 'শাখা সাহিত্য সভা' লিখা নহয়।