দেৰগাঁও বিধানসভা সমষ্টি
| সমষ্টি নং- ১০৪ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | উজনি অসম |
| জিলা | গোলাঘাট |
| লোকসভা সমষ্টি | কাজিৰঙা |
| প্ৰতিস্থা | ১৯৫৭ |
| সংৰক্ষণ | অনুসূচিত জাতি |
মৃদুল কুমাৰ দত্ত | |
| দল | Bharatiya Janata Party |
| মিত্ৰগোট | National Democratic Alliance |
| নিৰ্বাচিত বছৰ | ২০২৬ |
দেৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Dergaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও গোলাঘাট আৰু যোৰহাট জিলাৰ আংশিক এলেকা সামৰি এই সমষ্টিটো ১০৪ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।
এই সমষ্টিটো মুখ্যত: গোলাঘাট জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো অনুসূচিত জাতিৰ (SC) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
দেৰগাঁও বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৫৭ | ৰামনাথ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | নৰেন্দ্ৰ নাথ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | ৰামনাথ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৫ (উপ-নিৰ্বাচন) | এন. কে. হাজৰিকা | সংযুক্ত চোচিয়েলিষ্ট পাৰ্টী | |
| ১৯৬৭ | নৰেন্দ্ৰ নাথ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | হৰেশ্বৰ ৰাজখোৱা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭৮ | ৰামেশ্বৰ দাস | জনতা পাৰ্টি | |
| ১৯৮৩ | আৰতি হাজৰিকা কছাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | ভবেন্দ্ৰ নাথ ভৰালী | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | আৰতি হাজৰিকা কছাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | সুষিলা হাজৰিকা | অসম গণ পৰিষদ | |
| ২০০১ | হেমা হৰি প্ৰসন্ন বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | আৰতি হাজৰিকা কছাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | আৰতি হাজৰিকা কছাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | ভবেন্দ্ৰ নাথ ভৰালী | অসম গণ পৰিষদ | |
| ২০২১ | |||
| ২০২৬ | মৃদুল কুমাৰ দত্ত | ভাৰতীয় জনতা পাৰ্টী | |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্তই বিজয় সাব্যস্ত কৰি দেৰগাঁও সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | মৃদুল কুমাৰ দত্ত | 90,049 | 60.59 | ||
| Indian National Congress | সাগৰিকা বৰা | 53,096 | 35.72 | ||
| Aam Aadmi Party | পুলিন গগৈ | 2,902 | 1.95 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,৫৮৩ | ১.৭৪ | - | |
| সংখ্যাগৰিষ্ঠ | ৩৬,৯৫৩ | ২৪.৮৭ | - | ||
| মুঠ ভোটদান | ১,৪৮,৬৩০ | ||||
| ৰ Asom Gana Parishadৰ ওপৰত বিজয় সাব্যস্ত | ছুইং | - | - | ||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Asom Gana Parishad | ভবেন্দ্ৰ নাথ ভৰালী | 64,079 | 48.12 | ||
| Indian National Congress | বাণী হাজৰিকা | 51,563 | 38.73 | ||
| Assam Jatiya Parishad | আনন্দ দাস | 7,850 | 5.90 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,২৪০ | ১.৬৯ | - | |
| সংখ্যাগৰিষ্ঠ | ১২,৫১৬ | ৯.৩৯ | - | ||
| মুঠ ভোটদান | ১,৩৩,১৬০ | ৭৬.৪৭ | |||
| ছুইং | - | - | |||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Asom Gana Parishad | ভবেন্দ্ৰ নাথ ভৰালী | 63,079 | 52.29 | ||
| Indian National Congress | আৰতি হাজৰিকা কছাৰী | 46,807 | 38.80 | ||
| নিৰ্দলীয় | ৰীতা দাস | 3,622 | 3.00 | ||
| নিৰ্দলীয় | ভুবন চন্দ্ৰ শইকীয়া | 3,225 | 2.67 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,০৫০ | ১.৬৯ | - | |
| সংখ্যাগৰিষ্ঠ | ১৬,২৭২ | ১৩.৪৯ | - | ||
| মুঠ ভোটদান | ১,২০,৬১১ | ৮২.৩৩ | |||
| ছুইং | - | - | |||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S03104 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/candidateswise-S03104.htm। আহৰণ কৰা হৈছে: 25 June 2026.