দেৱাশ্ৰী চৌধুৰী
দেৱাশ্ৰী চৌধুৰী | |
---|---|
![]() | |
নাৰী আৰু শিশু কল্যাণ | |
কাৰ্যকাল ৩০ মে' ২০১৯ – ৭ জুলাই ২০২১ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
মন্ত্ৰী | স্মৃতি ইৰাণী |
পূৰ্বসূৰী | বীৰেন্দ্ৰ কুমাৰ খাটিক |
উত্তৰসূৰী | মহেন্দ্ৰ মুঞ্জাপাৰা |
সাংসদ, লোকসভা | |
কাৰ্যকাল ২৩ মে ২০১৯ – ৪ জুন ২০২৪ | |
সমষ্টি | ৰায়গঞ্জ |
পূৰ্বসূৰী | মহম্মদ চালীম |
উত্তৰসূৰী | কাৰটিক পল |
ব্যক্তিগত তথ্য | |
জন্ম | ৩১ জানুৱাৰী, ১৯৭১ (৫৪ বছৰ)[1] বেলুঘাট, পশ্চিম বংগ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা দল |
বাসস্থান | দেশবন্ধয় নগৰ, কলিকতা[1] |
শিক্ষা | বুৰদ্বান বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ |
স্বাক্ষৰ | ![]() |
দেবাশ্ৰী চৌধুৰী (ইংৰাজী : Debasree Chaudhuri ; জন্ম: ৩১ জানুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৯ চনৰ পৰা ২০২১ চনলৈ ভাৰত চৰকাৰৰ দ্বিতীয় মোদী মন্ত্ৰীসভাৰ নাৰী আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত পশ্চিম বংগৰ ৰায়গঞ্জ সমষ্টিৰ পৰা তেওঁ ১৭ নং লোকসভালৈ নিৰ্বাচিত হৈছিল।[2][3]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]বালুৰঘাটত দেবিদাস চৌধুৰী আৰু ৰত্ন চৌধুৰীৰ ঘৰত দেৱাশ্ৰী চৌধুৰীয়ে জন্মগ্ৰহণ কৰিছিল। বুৰ্দবান বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]নতুন দিল্লীত ৩১ মে' ২০১৯ তাৰিখে দেৱাশ্ৰী চৌধুৰীয়ে মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব লৈছিল৷
২০১৬ চনৰ ১৬ ডিচেম্বৰত কলকাতাৰ টিপু চুলতান মছজিদৰ শ্বাহী ইমাম মৌলাউনা নূৰ উৰ ৰহমান বৰকতিয়ে কৰা মন্তব্যক গৰিহণা দি বৈষণবনগৰৰ বিধায়ক স্বাধীন কুমাৰ সৰকাৰ আৰু অন্যান্য স্থানীয় বিজেপি নেতাসকলৰ সৈতে চৌধুৰীক গ্ৰেপ্তাৰ কৰা হয়।[4] ইয়াৰ পূৰ্বে ২০১৯ চনলৈকে বিজেপি কলকাতা দক্ষিণ উপনগৰ জিলাৰ জিলা পৰ্যবেক্ষক আছিল দেৱাশ্ৰী চৌধুৰী।
২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ৰায়গঞ্জ লোকসভা সমষ্টিৰ পৰা চৌধুৰীয়ে ৫,১১,৬৫২ টা ভোট লাভ কৰি জয়লাভ কৰে।[2] ২০১৯ চনৰ মে' মাহত তেওঁ চৌধুৰী মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Bio of Member of Parliament". www.loksabha.nic.in. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=5054। আহৰণ কৰা হৈছে: 13 July 2019.
- ↑ 2.0 2.1 "Raiganj Election Results 2019 Live Updates: Debasree Chaudhuri of BJP Wins". News 18. 23 May 2019. https://www.news18.com/news/india/raiganj-election-results-2019-live-updates-winner-loser-leading-trailing-2154537.html। আহৰণ কৰা হৈছে: 24 May 2019.
- ↑ "Who Gets What: Cabinet Portfolios Announced. Full List Here". NDTV. 31 May 2019. https://www.ndtv.com/india-news/cabinet-portfolios-pm-narendra-modis-new-cabinet-ministers-and-their-portfolios-see-full-list-here-2045883। আহৰণ কৰা হৈছে: 31 May 2019.
- ↑ "BJP leaders protest against Shahi Imam, arrested" (en-IN ভাষাত). The Indian Express. 16 December 2016. https://indianexpress.com/article/india/bjp-leaders-protest-against-shahi-imam-of-tipu-sultan-mosque-arrested-4429175/.
- ↑ "PM Modi allocates portfolios. Full list of new ministers", Live Mint, 31 May 2019, https://www.livemint.com/politics/news/pm-modi-allocates-portfolios-full-list-of-new-ministers-1559288502067.html, আহৰণ কৰা হৈছে: 22 August 2020