সমললৈ যাওক

দ্য ষ্ট'ৰি অৱ পুপু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য ষ্ট'ৰি অৱ পুপু
পৰিচালক কেন্সাকু ৱাটানাবে[1]
ৰচনা কেন্সাকু ৱাটানাবে
প্ৰযোজক মাসাকাজু টাকেই
অভিনয়ত ছাকুৰা উয়েহাৰা
ৰেইকো মাটছুও
ছেইজুন ছুজুকি
যোশিঅ' হাৰাডা
চিত্ৰগ্ৰহণকাৰী নাওটো মুৰাইশি
সম্পাদনা শিনজী মিউৰা
সংগীত পৰিচালক জুন মিয়াকে
পৰিবেশক লিটল ম’ৰ কোং, লিমিটেড
মুক্তি
এপ্ৰিল ৪, ১৯৯৮ (1998-04-04)
দৈৰ্ঘ্য
৭৩ মিনিট
দেশ জাপান
ভাষা জাপানী

দ্য ষ্ট'ৰি অৱ পুপু (জাপানী: プープーの物語, পুপু নো মনোগাটাৰি) ১৯৯৮ চনৰ এটা জাপানী চলচ্চিত্ৰ যি কেন্সাকু ৱাটানাবে দ্বাৰা লিখিত আৰু পৰিচালিত। ছাকুৰা উয়েহাৰা আৰু ৰেইকো মাটছুও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। কাহিনীখন দুজন অৰাজনৈতিক স্বভাৱৰ ছোৱালীৰ বিষয়ে, যিসকলে এখন ৰোড ট্ৰিপত এটা পোৱালি গাহৰি পুপুৰ কবৰলৈ যাত্ৰা কৰে। এইটো ৱাটানাবেৰ পৰিচালনাৰ প্ৰথম চলচ্চিত্ৰ। কাল্ট চলচ্চিত্ৰ পৰিচালক ছেইজুন ছুজুকিয়ে এটা সৰু ভূমিকাত অংশগ্ৰহণ কৰিছে।[2]

চৰিত্ৰৰ তালিকা

[সম্পাদনা কৰক]
  • ছাকুৰা উএহাৰা – চুজু
  • জুন কুনিমুৰা – কিজিমা
  • তাতছুশি ওমৰি – গেছুও
  • ৰেইকো মাটছুও – ফু
  • যোশিঅ' হাৰাডা – জোজি
  • ছেইজুন ছুজুকি – বুঢ়া মানুহ
  • ৰেই ইয়ামানাকা – ট্ৰাংক মেন
  • মিৎসুআকি টুদা – ইৰুকা
  • দাইজো ছাকুৰাই – গ’লফাৰ

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Kensaku Watanabe". kotobank. https://kotobank.jp/word/%E6%B8%A1%E8%BE%BA%E8%AC%99%E4%BD%9C-1123670 আহৰণ কৰা হৈছে: 27 December 2020.
  2. "The History of PuPu". São Paulo International Film Festival. 1999. http://www2.uol.com.br/mostra/23/english/filmes/103.htm আহৰণ কৰা হৈছে: 2007-08-11.