দ্ৰুকপা কুনলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্ৰুকপা কুনলী
འབྲུག་པ་ཀུན་ལེགས་

ব্ৰুগ-পা-কুন-লেগ্স
ব্যক্তিগত
জন্ম ১৪৫৫
মৃত্যু ১৫২৯ (বয়স ৭৩–৭৪)
ধৰ্ম তিব্বতীয় বৌদ্ধ ধৰ্ম
গৃহ চহৰ তিব্বত
পিতৃ-মাতৃ গমকে(মাতৃ), ৰিঞ্চেন জাংপো(পিতৃ)
বিদ্যালয় বজ্ৰায়ন বৌদ্ধ ধৰ্ম
Monastic name উন্মাদ সন্ত
মন্দিৰ চিমি লাখাং মঠ
জ্যেষ্ঠ বিষয়বাব
শিক্ষক পেমা লিংপা

দ্ৰুকপা কুনলী(১৪৫৫-১৫২৯)ক কুঙ্গা লেগপাই জাংপো, দ্ৰুকপা কুঁলেগ, ব্ৰুগ-পা-কুন-লেগ্স, আৰু কুঙ্গা লেগপা আদি নামেৰেও জনা যায়। ড্ৰেগন বংশৰ উন্মাদ সন্ত বুলি পৰিচিত কুনলী তিব্বতীয় মহামুদ্ৰা পৰম্পৰাত এজন বৌদ্ধ সন্ন্যাসী আৰু মিছনাৰী আছিল, লগতে এজন বিখ্যাত কবি আছিল[1]। সিদ্ধ পেমা লিংপাৰ অধীনৰ ৰালুং মঠত প্ৰশিক্ষণ লোৱাৰ পিছত, তেওঁ ভূটানলৈ আহি বজ্ৰায়ন বৌদ্ধ ধৰ্মৰ এটা দিশ পৰিচয় কৰায় আৰু ১৪৯৯ চনত ভূটানৰ চিমি লাখাঙৰ মঠ স্থাপন কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Stein (1972), pp. 262, 272.