দ্ৰৌপদী ঘিমিৰয়
অৱয়ব
| দ্ৰৌপদী ঘিমিৰয় | |
|---|---|
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল “ৰাণী গাইডিনলু জেলিয়াং বঁটা” প্ৰদান কৰি উপভোগ কৰিলে। দ্ৰৌপদী তামিৰাই (চিকিম), বঁটা স্ত্ৰী শক্তি বঁটা, ২০১১। | |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | সমাজ কৰ্মীSocial activist |
| জনা যায় | আদিবাসী (খিলঞ্জীয়া জনসংখ্যা)ৰ মাজত শিক্ষাৰ ক্ষেত্ৰত অৱদান |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০১৯) |
দ্ৰৌপদী ঘিমিৰয় ইংৰাজী: : Draupadi Ghimiray ; এগৰাকী ভাৰতীয় সমাজ কৰ্মী।[1] তেখেত ২০১৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত হয়।[2]
২০১১ চনত, ভাৰতৰ তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাতিলে স্ত্ৰী শক্তি পুৰস্কাৰ বিতৰণী অনুষ্ঠানত “ৰাণী গাইদিন্লিউ জেলিয়াং বঁটা” সিক্কিমৰ এই গৰাকী মহান নাৰী দ্ৰৌপদী ঘিমিৰায়ক প্ৰদান কৰে যিয়ে মহিলাৰ অধিকাৰ, শিক্ষা, স্বাৱলম্বিতা, আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত অনবদ্য অৱদান আগ বঢ়াইছিল।
উল্লেখযোগ্য কাম
[সম্পাদনা কৰক]ঘিমাৰয়ে ছিকিমৰ বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ্থে ছিকিম বিকলাঙ্গ সহায়তা সমিতি (Viklang Sahayata Samiti-SVSS) প্ৰতিষ্ঠা কৰে।[3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Padma Awards 2019: President Ram Nath Kovind confers the awards; check full list of recipients" (en ভাষাত). Business Today. 2019-03-11. https://www.businesstoday.in/latest/economy-politics/story/padma-awards-2019-president-ram-nath-kovind-confers-awards-check-full-list-recipients-179494-2019-03-11। আহৰণ কৰা হৈছে: 2024-12-03.
- ↑ "Padma Awards". Padma Awards, Government of India. https://padmaawards.gov.in/PDFS/2019AwardeesList.pdf। আহৰণ কৰা হৈছে: 25 January 2019.
- ↑ Padma Awards 2019: Social, Environment, Animal Welfare, Education Categories Archived 2 June 2021 at the Wayback Machine; wannathankyou; 28th Jan. 2019