ধলাই বিধানসভা সমষ্টি
| সমষ্টি নং- ১২০ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | বৰাক উপত্যকা |
| জিলা | কাছাৰ |
| লোকসভা সমষ্টি | ছিলচৰ |
| প্ৰতিস্থা | ১৯৭৮ |
| সংৰক্ষণ | অনুসূচিত জাতি (SC) |
পৰিমল শুক্লবৈদ্য | |
| দল | Bharatiya Janata Party |
| মিত্ৰগোট | National Democratic Alliance |
| নিৰ্বাচিত বছৰ | ২০২৬ |
ধলাই বিধানসভা সমষ্টি (ইংৰাজী: Dholai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাছাৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১২০ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।
এই সমষ্টিটো কাছাৰ জিলাৰ অন্তৰ্গত আৰু ই শিলচৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
ধলাই বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৭৮ | দিনেন্দ্ৰ চৌধুৰী | জনতা পাৰ্টি | |
| ১৯৮৩ | সতীন্দ্ৰ চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | দিগেন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯১ | বিজয় কৃষ্ণ নাথ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | পৰিমল শুক্লবৈদ্য | ভাৰতীয় জনতা পাৰ্টী | |
| ২০০১ | গিৰীন্দ্ৰ মল্লিক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | পৰিমল শুক্লবৈদ্য | ভাৰতীয় জনতা পাৰ্টী | |
| ২০১১ | গিৰীন্দ্ৰ মল্লিক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | পৰিমল শুক্লবৈদ্য | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ | |||
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ নেতা পৰিমল শুক্লবৈদ্যই বিজয় সাব্যস্ত কৰি ধলাই সমষ্টিৰ বিধায়ক হিচাপে সামগ্ৰিকভাৱে ষষ্ঠবাৰৰ বাবে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | পৰিমল শুক্লবৈদ্য | 84,312 | 55.45 | +0.42 | |
| Indian National Congress | কামাখ্যা প্ৰসাদ মালাহ | 56,812 | 37.36 | −2.90 | |
| All India United Democratic Front | সুকোমল বিশ্বাস | 7,550 | 4.96 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ৩,৩৯৭ | ২.২৩ | - | |
| সংখ্যাগৰিষ্ঠ | ২৭,৫০০ | ১৮.০৯ | - | ||
| মুঠ ভোটদান | ১,৫২,০৭১ | ৮৪.১৫ | |||
| ছুইং | - | - | |||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ধলাই সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | পৰিমল শুক্লবৈদ্য | 82,568 | 55.03 | ||
| Indian National Congress | কামাখ্যা প্ৰসাদ মালাহ | 62,176 | 41.43 | ||
| Assam Jatiya Parishad | সন্দীপন দাস | 3,110 | 2.07 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,১৯৮ | ১.৪৭ | - | |
| সংখ্যাগৰিষ্ঠ | ২০,৩৯২ | ১৩.৬০ | - | ||
| মুঠ ভোটদান | ১,৫০,০৫২ | ৭৭.৪২ | |||
| ছুইং | - | - | |||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | পৰিমল শুক্লবৈদ্য | 68,694 | 54.33 | ||
| Indian National Congress | গিৰীন্দ্ৰ মল্লিক | 42,657 | 33.74 | ||
| All India United Democratic Front | লালবাহাদুৰ ওৰাং | 12,310 | 9.74 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,৭৮১ | ২.১৯ | - | |
| সংখ্যাগৰিষ্ঠ | ২৬,০৩৭ | ২০.৫৯ | - | ||
| মুঠ ভোটদান | ১,২৬,৪৪২ | ৮৩.১৫ | |||
| ছুইং | - | - | |||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S03120 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS03120.htm। আহৰণ কৰা হৈছে: 25 June 2026.