সমললৈ যাওক

ধিক্ৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধিক্ৰি

ধিক্ৰি, ভাপত দিয়া চাউলৰ খাদ্য, ঘাইকৈ থাৰু জনগোষ্ঠীৰ খাদ্য
প্ৰকাৰ পিঠা
উদ্ভাৱক থাৰু জনগোষ্ঠী

ধিক্ৰি প্ৰধানকৈ দক্ষিণ নেপালৰ থাৰু লোকসকলে প্ৰস্তুত কৰা নেপালী ভাপত সিজোৱা চাউলৰ পিঠা। মাঘী উৎসৱৰ বাবে ই এক অপৰিহাৰ্য খাদ্য। ইয়াৰ উপৰি আন আন উৎসৱ যেনে দশাইন আৰু ছঠত ইয়াক পৰিৱেশন কৰা হয়।[1]

গৰম পানী আৰু চাউলৰ গুড়ি দি মথি এই পিঠা প্ৰস্তুত কৰা হয়। পিঠাগুৰিটোক চচ্চেজৰ আকৃতি দিয়া হয়। তাৰ পিছত ইয়াৰ ওপৰত কপাহী কাপোৰ এখন ৰাখি ভাপত দিয়া হয়। ইয়াক টেঙা আচাৰ, মচুৰ দাইলৰ চূপ বা তৰকাৰীৰ সৈতে পৰিৱেশন কৰা হয়।[2][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "दशैंको विशेष परिकार ढिक्रि". http://annapurnapost.com/news/110947 আহৰণ কৰা হৈছে: 2021-07-22.
  2. "Tharu Cuisines and Delicacies (in Pictures)". The Nepali Food Blog - theGundruk.com. 2016-01-16. https://www.thegundruk.com/tharu-cuisines-in-pictures/ আহৰণ কৰা হৈছে: 2021-07-22.
  3. "Dhikri in Maghe – Boss Nepal". Archived from the original on 2021-07-22. https://web.archive.org/web/20210722095613/http://bossnepal.com/dhikri-maghe/ আহৰণ কৰা হৈছে: 2021-07-22.