ধুনীয়া তিৰোতাবোৰ
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ধুনীয়া তিৰোতাবোৰ | |
---|---|
পৰিচালক | প্ৰদ্যুৎ কুমাৰ ডেকা |
ৰচনা | প্ৰদ্যুৎ কুমাৰ ডেকা |
চিত্ৰনাট্য | প্ৰদ্যুৎ কুমাৰ ডেকা |
প্ৰযোজক | আৰ্ক লাইটছ |
অভিনয়ত | বিদ্যুৎ চক্ৰৱৰ্তী তৃষা শইকীয়া বৰষা ৰাণী বিষয়া নয়ন শইকীয়া |
চিত্ৰগ্ৰহণকাৰী | তুলু বড়ো |
সম্পাদনা | কাজু |
সংগীত পৰিচালক | অংগৰাগ মহন্ত |
মুক্তি |
৯ জানুৱাৰী ২০০৯ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ধুনীয়া তিৰোতাবোৰ (ইংৰাজী: Dhunia Tirutabur) হৈছে ২০০৯ চনত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা[1][2] আৰু আৰ্ক লাইটছৰ অধীনত প্ৰদ্যুত কুমাৰ ডেকা আৰু পংকজ কলিতাৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ইয়াৰ সংগীত ৰচনা কৰিছিল অংগৰাগ মহন্তই। ছবিখনে ২০০৯ চনৰ ৯ জানুৱাৰীত মুক্তিলাভ কৰে। ছবিখনে ২০১০ চনত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সম্পাদক আৰু শ্ৰেষ্ঠ মেক আপ শাখাত তিনিটাকৈ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।
অভিনয় শিল্পী
[সম্পাদনা কৰক]- বিদ্যুত চক্ৰৱৰ্তী
- তৃষা শইকীয়া
- বৰষা ৰাণী বিষয়া
- নীলাক্ষী দেৱী
- অংকুৰ বিষয়া
- বৰ্ণালী পূজাৰী
- নয়ন শইকীয়া
- কংকি বৰদলৈ
বিশেষ অভিনেতা-অভিনেত্ৰী
[সম্পাদনা কৰক]- যতীন বৰা
- সঞ্জীৱ হাজৰিকা
- ইন্দ্ৰ বণিয়া
- নয়ন প্ৰসাদ
পটভূমি
[সম্পাদনা কৰক]খ্যাতিসম্পন্ন সাংবাদিক বৰগোহাঁই বিৰতিৰ বাবে এবাৰ গাঁৱলৈ যায়। বৰ্ষণমুখৰ ৰাতি এটাত যেতিয়া তেওঁৰ গাড়ীখন বেয়া হয়, তেতিয়া ওচৰৰ মেকানিক এজনে ইয়াক ঠিক কৰিবলৈ আহে। তেওঁৰ পৰিচয় গম পাই মেকানিকজনে তেওঁক এটা অনুৰোধ কৰে। গাঁৱত শ্বুটিঙৰ সময়ত এটা ফিল্ম ইউনিটৰ লগত যোৱা এগৰাকী ধুনীয়া ছোৱালীৰ প্ৰতি তেওঁৰ মন খাইছে। তেওঁ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ ব্যক্তিগত সহায়িকা আছিল, যি কাকতলীয়ভাৱে চলচ্চিত্ৰ জগতৰ পৰা নোহোৱা হৈ গৈছে। বৰগোহাঁয়ে কৌতূহলৰ বাবে তেওঁক বিচাৰিবলৈ মান্তি হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Eastern Panorama". Easternpanorama.in. http://www.easternpanorama.in/index.php/component/content/article/54-2010/february/878/। আহৰণ কৰা হৈছে: 2017-07-08.
- ↑ "January | 2010 | Northeast Beats". Aiyushmandutta.wordpress.com. 2007-12-31. https://aiyushmandutta.wordpress.com/2010/01/। আহৰণ কৰা হৈছে: 2017-07-08.