ধৌলি
অৱয়ব
ধৌলি বা ধৌলিগিৰি ভাৰতৰ ওড়িশা ৰাজ্যৰ ৰাজধানী ভূৱনেশ্বৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণে দয়া নদীৰ পাৰত অৱস্থিত এটি পাহাৰ।
গুৰুত্ব
[সম্পাদনা কৰক]ধৌলি "ধৌলি শান্তি স্তুপ"ৰ বাবে জনাজাত। ই জাপান বুদ্ধ সংঘ আৰু কলিংগ নিপ্পন বুদ্ধ সংঘই নিৰ্মাণ কৰা শান্তি পেগোডা বা স্মৃতিসৌধ।[1][2][3][4][5]


ধৌলি পাহাৰক কলিংগ যুদ্ধ হোৱা অঞ্চল বুলি ধৰা হয়।[6]
চিত্ৰ
[সম্পাদনা কৰক]-
ধৌলিৰ শান্তি স্তুপ
-
ছাঁ পোহৰৰ দৃশ্যত ধৌলিৰ ছবি
-
ধৌলগিৰিৰ ছাঁ-পোহৰৰ দৃশ্য পৰিৱেশন
-
শান্তি স্তুপৰ শয়নৰত বুদ্ধৰ মূৰ্তি
-
দৌলিৰ শান্তি স্তুপৰ প্ৰৱেশ দ্ৱাৰত সিংহৰ ভাস্কৰ্য
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Odisha Tourism : Dhauligiri". odishatourism.gov.in. https://odishatourism.gov.in/content/tourism/en/discover/attractions/buddhist-sites/dhauligiri.html। আহৰণ কৰা হৈছে: 2021-11-20.
- ↑ Chowdhary, Charu (25 December 2018). "Dhauli Hills in Odisha is Home to The Stunning Shanti Stupa And More | India.com" (en ভাষাত). www.india.com. https://www.india.com/travel/articles/hauli-hills-in-odisha-is-home-to-the-stunning-shanti-stupa-and-more-3495128/। আহৰণ কৰা হৈছে: 2021-11-20.
- ↑ "Shanti Stupa". The Times of India. https://timesofindia.indiatimes.com/travel/dhauli/shanti-stupa/ps47174987.cms.
- ↑ "Floristic Diversity Assessment of Dhauligiri Hill and its Adjoining Areas of Bhubaneswar City, Odisha" (en ভাষাত). ResearchGate. https://www.researchgate.net/publication/344537123। আহৰণ কৰা হৈছে: 2021-11-20.
- ↑ (en ভাষাত) Urmi: The Journal of the Odisha Society of Americas 49th Convention: For Annual Convention Held in 2017 at Dearborn, Michigan. Odisha Society of the Americas. পৃষ্ঠা. 57. https://books.google.com/books?id=yw2BDwAAQBAJ&pg=PA57.
- ↑ "Kalinga War and its impact on Ashoks". India Video. http://www.indiavideo.org/text/maurya-dynasty-kalinga-war-ashoka-49.php। আহৰণ কৰা হৈছে: 2 April 2011.