ধৰ্মকাই
অৱয়ব
| ধৰ্মকাই Dharmakai | |
|---|---|
ধৰ্মকাইৰ এটি দৃশ্যত বিজু ফুকন আৰু প্ৰশান্ত হাজৰিকা | |
| পৰিচালক | ভবেন দাস |
| চিত্ৰনাট্য | ভবেন দাস, প্ৰসন্ন কুমাৰ বৰুৱা |
| কাহিনী | প্ৰসন্ন কুমাৰ বৰুৱা |
| প্ৰযোজক | জ্যোতি চিত্ৰ সমবায় সমিতি |
| অভিনয়ত | বিজু ফুকন ইলা কাকতি |
| চিত্ৰগ্ৰহণকাৰী | পিণ্টু দাশগুপ্ত |
| সংগীত পৰিচালক | জয়ন্ত হাজৰিকা |
মুক্তি |
১১ জানুৱাৰী ১৯৭৭ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
ধৰ্মকাই (ইংৰাজী: Dharmakai) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জ্যোতি সমবায় সমিতিয়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ভবেন দাস। সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকন, ইলা কাকতি, প্ৰশান্ত হাজৰিকা আদিয়ে।[1]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]অভিনয় শিল্পী
[সম্পাদনা কৰক]
|
|
কলা-কুশলী
[সম্পাদনা কৰক]- (তথ্যছকত নথকা)
- কাহিনী, সংলাপ- প্ৰসন্ন কুমাৰ বৰুৱা
- চিত্ৰনাট্য- ভবেন দাস, প্ৰসন্ন কুমাৰ বৰুৱা
- শব্দগ্ৰহণ- অৱনী চেতাৰ্জী
সংগীত
[সম্পাদনা কৰক]'ধৰ্মকাই'ৰ সংগীত জয়ন্ত হাজৰিকাৰ। গীতৰ সংখ্যা ৪টা। নিৰ্মলা মিশ্ৰ আৰু জয়ন্ত হাজৰিকাই কণ্ঠ দিয়া গীতকেইটা যথেষ্ট জনপ্ৰিয় হৈছিল।[2]
| গীতৰ শীৰ্ষ | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
| 1. | "ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে" | ভূপেন হাজৰিকা | জয়ন্ত হাজৰিকা | |||||||
| 2. | "এক দুই তিনি গান্ধী পুতলাক পাইছানে চিনি" | বিপুল বৰুৱা | জয়ন্ত হাজৰিকা | |||||||
| 3. | "জীৱনত হাঁহিবা কেতিয়া চকুলো মচিবা কেতিয়া" | নিৰ্মলপ্ৰভা বৰদলৈ | নিৰ্মলা মিশ্ৰ | |||||||
| 4. | "সঁচাকে’ কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা" | নিৰ্মলপ্ৰভা বৰদলৈ | নিৰ্মলা মিশ্ৰ, জয়ন্ত হাজৰিকা | |||||||
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 248.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 277.
| ||||||||||||||||||||||||||