সমললৈ যাওক

ন'কিয়া ৩৫০০ ক্লাছিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ন'কিয়া ৩৫০০ ক্লাছিক
নিৰ্মাতা ন'কিয়া
অঞ্চলভেদে উপলব্ধতা জুন ২০০৭ [1]
পূৰ্বসূৰী Nokia 5070
Nokia 3100
উত্তৰসূৰী Nokia 5220
Nokia 208
Nokia 3120 classic
সম্পৰ্কিত Nokia 3110 classic
উপযোগী নেটৱৰ্ক GPRS, EDGE, EGPRS, HSCSD, CSD, GSM 900 / 1800 / 1900
গঠনৰ ধৰণ কেণ্ডিবাৰ
ৰং ধূসৰ, গুলপীয়া, কমলা, আকাশী নীলা
অপাৰেটিং চিষ্টেম Series 40 [2]
মেমৰি 32 MB flash memory আৰু 16 MB RAM (internal), 8.5 MB ব্যৱহাৰযোগ্য মেম'ৰি [3]
অপসাৰণযোগ্য সংৰক্ষণ microSD (সৰ্বাধিক 2 GB)
বেটাৰী Standard Li-Ion BL-4C 860 mAh

Stand-by: সৰ্বাধিক ৩০০ ঘণ্টা[3]

Talk time: সৰ্বাধিক ৩ ঘণ্টা
পিছফালৰ কেমেৰা ২.০ মেগাপিক্সেল
প্ৰদৰ্শন 1.8 ইঞ্চি 128×160 পিক্সেল TFT LCD (262,000 ৰং) [3]
সংযোগ Bluetooth 2.0 with A2DP, Mini USB, Stereo FM radio (2.5 mm)
তথ্য ইনপুট ক্যিপেড
বিকাশৰ অৱস্থা বন্ধ কৰা হৈছে
অন্যান্য গেম: আছে (ডাউনল'ডযোগ্য)


ন'কিয়া ৩৫০০ ক্লাছিক (Nokia 3500 classic) হৈছে এটা ম'বাইল ফোন। ন'কিয়াই নিৰ্মাণ কৰা এই ফোনটো ২০০৭ চনত বিক্ৰীৰ বাবে মুকলি কৰা হৈছিল। যিটো আছিল ২০০৭ চনৰ আৰম্ভণিতে মুকলি কৰা ন'কিয়া ৩১১০ ক্লাছিকৰ উন্নীতকৰণ। ইয়াত ২ মেগাপিক্সেল কেমেৰা আৰু অধিক ৰঙৰ বিকল্পৰ সৈতে পুনৰ ডিজাইন কৰা ফ্ৰেমৰ দৰে উন্নতিৰ বৈশিষ্ট্য আছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nokia 3500 classic - Full phone specifications". https://gsmarena.com/nokia_3500_classic-2012.php. 
  2. "Device details -- Nokia 3500 classic". Archived from the original on 2012-10-14. https://web.archive.org/web/20121014012332/http://www.developer.nokia.com/Devices/Device_specifications/3500_classic/। আহৰণ কৰা হৈছে: 2012-06-01. 
  3. 3.0 3.1 3.2 "Browse Nokia phones". www.nokia.co.uk. http://www.nokia.co.uk/find-products/all-phones/nokia-3500-classic/specifications। আহৰণ কৰা হৈছে: 13 April 2018.