সমললৈ যাওক

ন'বেল বঁটা বিজয়ী ভাৰতীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নোবেল বঁটা প্ৰতি বছৰে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিত বিশেষ অৱদান আগবঢ়োৱাসকলক প্ৰদান কৰা হয়। কেইবাজনো ভাৰতীয়ই নোবেল বঁটা গ্ৰহণ কৰিছে।

নোবেল বঁটা পোৱাৰ সময়ত ভাৰতীয় নাগৰিক

[সম্পাদনা কৰক]
বৰ্ষনামবিষয়টোকা
১৯১৩ৰবীন্দ্ৰনাথ ঠাকুৰ[1]সাহিত্যপ্ৰথম অনা-ইউৰোপীয় নোবেল বঁটা বিজয়ী।
১৯৩০চন্দ্ৰশেখৰ ভেঙ্কটৰমণ[2]পদাৰ্থ বিজ্ঞানব্ৰিটিছ ভাৰতীয় হিচাপে বীৰব্ৰতী চিহ্নিত
১৯৭৯মাদাৰ টেৰেছা[3]শান্তিএতিয়াৰ মেচিড'নিয়া গণৰাজ্যৰ য়ুগ'স্লেভিয়া অঞ্চলৰ ক'চ'ভাৰ আল্বেনিয়ান; ১৯৪৮ত ভাৰতীয় নাগৰিক হয়।
১৯৯৮অমৰ্ত্য সেন[4]অৰ্থনীতি
২০১৪কৈলাস সত্যাৰ্থী[5]শান্তি১৯৯০ৰ পৰা বচপন বচাঅ' আন্দোলনৰ সৈতে জড়িত।

ভাৰতীয় হিচাপে জন্ম লোৱা

[সম্পাদনা কৰক]
বৰ্ষনামবিষয়টোকা
১৯৬৮হৰগোবিন্দ খোৰানা[6]চিকিৎসা বিজ্ঞান১৯৬৬ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক
১৯৮৩সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ[7]পদাৰ্থ বিজ্ঞান১৯৫৩ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক। ১৯৩০ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ বিজয়ী চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ সম্বন্ধীয়।
২০০৯ভেঙ্কটৰমণ ৰামাকৃষ্ণণৰসায়ন বিজ্ঞানদ্বৈত ব্ৰিটিছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক
২০১৯অভিজিৎ বেনাৰ্জীঅৰ্থনীতিআমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক

ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক থকা

[সম্পাদনা কৰক]
বৰ্ষনামবিষয়টোকা
১৯০২ৰনাল্ড ৰ'চচিকিৎসা বিজ্ঞানভাৰতীয় হিচাপে জন্ম গ্ৰহণ কৰা ব্ৰিটিছ নাগৰিক
১৯০৭ৰুড্যাৰ্ড কিপ্লিংসাহিত্যভাৰতীয় হিচাপে জন্ম গ্ৰহণ কৰা ব্ৰিটিছ নাগৰিক
১৯৮৯চতুৰ্দশ দালাই লামাশান্তিতিব্বতৰ ধাৰ্মিক নেতা; ১৯৫৯ত ভাৰতলৈ নিৰ্বাসিত
২০০১বিদ্যাধৰ সূৰ্য্যপ্ৰসাদ নাইপলসাহিত্যট্ৰিনিদাদত জন্ম গ্ৰহণ কৰা ভাৰতীয়মূলৰ লোক; ব্ৰিটিছ নাগৰিক

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]