নগৰবধু
অৱয়ব

নগৰবধু আছিল প্ৰাচীন ভাৰতৰ কিছুমান ঠাইত পালন কৰা পৰম্পৰা। মহিলাসকলে নগৰবধূৰ খিতাপ লাভৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, আৰু এই প্ৰথাৰ বিৰুদ্ধে কোনো নিষেধাজ্ঞা নাছিল।[1] আটাইতকৈ ধুনীয়া আৰু বিভিন্ন নৃত্যৰ ৰূপত আটাইতকৈ প্ৰতিভাশালী নাৰীক নগৰবধু হিচাপে বাছনি কৰা হৈছিল। এগৰাকী নগৰবধুক সন্মান কৰা হৈছিল, আৰু তাই আছিল ৰাজকীয় নৃত্যশিল্পী; মানুহে তাইৰ নৃত্য আৰু গান চাব পাৰিছিল।[2] এগৰাকী নগৰবধুৰ এৰাতিৰ নৃত্যৰ দাম বহুত আছিল।

বিখ্যাত নগৰবধু
[সম্পাদনা কৰক]অনুৰূপ বৃত্তি
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Spectrum lead article, The Sunday Tribune, 24 Dec 2000
- ↑ "In human history, how did marriage evolve, and the subjugation of women?". Sophia University. প্ৰকাশক Bulgaria. Archived from the original on 2018-03-11. https://web.archive.org/web/20180311235716/http://www.phys.uni-sofia.bg/~viktor/wisdom/osho/marriage.html। আহৰণ কৰা হৈছে: 2014-02-09.