সমললৈ যাওক

নতুন পাতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নতুন পাতা
পৰিচালক দীনেন গুপ্ত
চিত্ৰনাট্য অজিতেশ বন্দোপাধ্যায়
কাহিনী প্ৰতিভা বসু
অভিনয়ত আৰতি গংগোপাধ্যায়
কাজল গুপ্ত
শম্ভূ মিত্ৰ
সমিত ভঞ্জ
চিত্ৰগ্ৰহণকাৰী দীনেন গুপ্ত
সম্পাদনা ৰমেশ যোশী
সংগীত পৰিচালক বাহাদুৰ খান
পৰিবেশক পিয়ালি ফিল্মছ্
মুক্তি
ফেব্ৰুৱাৰী ২৮, ১৯৬৯ (1969-02-28)
দেশ ভাৰত
ভাষা বঙালী

নতুন পাতা (ইংৰাজী: Natun Pata) দীনেন গুপ্ত পৰিচালিত ১৯৬৯ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি।[1] ছবিখনৰ মূল চৰিত্ৰত আৰতি গংগোপাধ্যায়, কাজল গুপ্ত, শম্ভু মিত্ৰ আৰু সমিত ভঞ্জই অভিনয় কৰে। এইখন ১৯৬৯ চনৰ ২৮ ফেব্ৰুৱাৰীত মুক্তি পায়।[2] নতুন পাতাই ১৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক লাভ কৰে।[3] ৩৩তম বেংগল ফিল্ম জাৰ্ণেলিষ্টছ এছোচিয়েচন বঁটাত দহখন শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰৰ সপ্তম স্থান লাভ কৰে।[4]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • আৰতি গংগোপাধ্যায় (সাবিত্ৰী)
  • কাজল গুপ্ত (উত্তৰা)
  • শম্ভু মিত্ৰ (জেঠামশাই)
  • সমিত ভঞ্জ (সুনীল)
  • উমানাথ ভট্টাচাৰ্য (ৰাজন)
  • সুনীল বন্দোপাধ্যায় (ভিকু)
  • উমানাথ ভট্টাচাৰ্য (বিনোদবিহাৰী)
  • জহৰ ৰায়
  • চিন্ময় ৰায় – (হৰু ঘটক)
  • গোৰহৰি চক্ৰৱৰ্তী – (মালি)
  • অলোক দাস – (নন্তু)
  • অশোক দাস – (মন্তু)
সপ্তদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৯)
  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।[3]
৩৩তম বি.জে.এ.এফ. বঁটা (১৯৭০)
  • শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ (সপ্তম)[4]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Natun Pata: Dinen Gupta". indiancine.ma. https://indiancine.ma/NNE/info আহৰণ কৰা হৈছে: 21 April 2025.
  2. "Filmography details: Natun Pata". bengalfilmarchive.com. https://www.bengalfilmarchive.com/filmography-details.php?t=MTE1MQ== আহৰণ কৰা হৈছে: 21 April 2025.
  3. 1 2 "17th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/images/Documents/98_17thNfacatalogue.pdf আহৰণ কৰা হৈছে: 2 September 2020.
  4. 1 2 "33rd Annual BFJA Awards: Awards For The Year 1969". web.archive.org. Archived from the original on 8 January 2010. https://web.archive.org/web/20100108033915/http://www.bfjaawards.com/legacy/pastwin/197033.htm আহৰণ কৰা হৈছে: 21 April 2025.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]