সমললৈ যাওক

নদীম কাশিশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নদীম কাশিশ
ৰাষ্ট্ৰীয়তা পাকিস্তানী
পেচা কিন্নৰ অধিকাৰ কৰ্মী, ৰাজনীতিক


নদীম কাশিশ (ইংৰাজী: Nadeem Kashish) এগৰাকী পাকিস্তানী কিন্নৰ কৰ্মী, ৰাজনীতিবিদ আৰু ৰেডিঅ' শ্ব'ৰ আয়োজক।[1] ২০১৮ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা চাৰিজন কিন্নৰৰ ভিতৰত তেওঁ অন্যতম হৈ পৰিছিল।[2][3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কাশিশক তেওঁৰ পৰিয়ালে[4] অস্বীকাৰ কৰিছিল আৰু তেওঁৰ নাৰীসুলভ আচৰণৰ বাবে ১৬ বছৰ বয়সত মুলতানৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ইয়াৰ পিছত কাশিশে গুৰুৰ ঘৰত যোগদান কৰে, য’ত সাধাৰণতে পাকিস্তানৰ কিন্নৰৰ সম্প্ৰদায়টো থাকে। গুৰুজন; ঘৰৰ মুৰব্বীয়ে ঘৰৰ বাসিন্দাসকলক খাদ্য আৰু বাসস্থানৰ ব্যৱস্থা কৰে। কিন্তু কাশিশে ঘৰৰ পৰা ওলাই গুৰুজনাৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিলে, যেতিয়া গুৰুৱে তেওঁক বেশ্যাবৃত্তিত জড়িত কৰিবলৈ জোৰ-জবৰদস্তি কৰিলে৷ ইয়াৰ পিছত কাশিশে ইছলামবাদৰ এটা টেলিভিছন অনুষ্ঠানত মেকআপ আৰ্টিষ্ট হিচাপে যোগদান কৰে। তাৰ পৰাই তেওঁ কিন্নৰ সম্প্ৰদায়ক সহায় কৰা বেচৰকাৰী সংস্থাসমূহৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে।[5] কাশিশৰ ঘৰ পাকিস্তানইছলামবাদত।

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০৬ চনত কাশীষে মেকআপ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ এফ এম-৯৯ত ৰেডিঅ' শ্ব'ৰ আয়োজক হিচাপে যোগদান কৰে য'ত তেওঁ পাকিস্তানৰ কিন্নৰ সম্প্ৰদায়ে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে।[6]

তেওঁ এগৰাকী সমাজকৰ্মী হিচাপেও কাম আৰম্ভ কৰে আৰু নিজাকৈ এটা সংস্থা "শ্বেমেল এছ'চিয়েচন ফৰ ফাণ্ডামেণ্টেল ৰাইটছ (ছফৰ)" আৰম্ভ কৰে।[7][8] তেওঁ এন জি অ'টোৰ সভানেত্ৰী।[9]

২০১৮ চনত কাশিশে নিৰ্বাচনী প্ৰচাৰৰ বাবে থিয় দি ৰাজনীতিত যোগদান কৰে।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Transgender community of Pakistan launches political party seeking equal rights" (en ভাষাত). gulfnews.com. 23 September 2020. https://gulfnews.com/world/asia/pakistan/transgender-community-of-pakistan-launches-political-party-seeking-equal-rights-1.74072230। আহৰণ কৰা হৈছে: 21 November 2020. 
  2. "Pakistan Elections 2018: Transgender acid attack survivor, Nayyab Ali, running for Parliament, cast her vote" (en ভাষাত). www.timesnownews.com. 25 July 2018. https://www.timesnownews.com/international/article/pakistan-elections-2018-transgender-acid-attack-survivor-nayyab-ali-running-for-parliament-cast-her-vote-pakistan-elections-pakistan-elections/259605। আহৰণ কৰা হৈছে: 21 November 2020. 
  3. "Pakistan rights group issues warning ahead of polls". AP NEWS. 16 July 2018. https://apnews.com/article/4bd62d7f9f70437482f91066561f8009। আহৰণ কৰা হৈছে: 21 November 2020. 
  4. "Pakistan's Transgender Candidates Step Onto Political Stage". Time. Archived from the original on 6 November 2020. https://web.archive.org/web/20201106012157/https://time.com/5345533/pakistan-elections-2018-transgender-candidates/। আহৰণ কৰা হৈছে: 10 November 2020. 
  5. "Transgender campaigns for acceptance in Pakistan election" (en ভাষাত). www.efe.com. https://www.efe.com/efe/english/world/transgender-campaigns-for-acceptance-in-pakistan-election/50000262-3695713। আহৰণ কৰা হৈছে: 10 November 2020. 
  6. "Pakistan's first transgender radio host" (en-US ভাষাত). Pakistan Saga. 10 December 2018. Archived from the original on 9 September 2021. https://web.archive.org/web/20210909150458/https://pakistansaga.com/eng/video/1601। আহৰণ কৰা হৈছে: 21 November 2020. 
  7. Malik, Shiza (25 June 2018). "'Only with participation of transgender people will democracy be complete,' says Nadeem Kashish" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1415870। আহৰণ কৰা হৈছে: 10 November 2020. 
  8. "Transgenders feel left out of Covid-19 aid conversation" (en ভাষাত). The Express Tribune. 9 April 2020. http://tribune.com.pk/story/2193854/transgenders-feel-left-covid-19-aid-conversation। আহৰণ কৰা হৈছে: 21 November 2020. 
  9. "Call for engaging 'Gurus' to develop transgender database | Pakistan Today". www.pakistantoday.com.pk. https://www.pakistantoday.com.pk/2019/03/20/call-for-engaging-gurus-to-develop-transgender-database/। আহৰণ কৰা হৈছে: 21 November 2020. 
  10. "Transgender participation in Pakistan's elections - Rights - Women talk online - DW.COM" (en-US ভাষাত). Women Talk Online – A forum for women to talk to women. https://blogs.dw.com/womentalkonline/2018/08/11/transgender-participation-in-pakistans-elections/। আহৰণ কৰা হৈছে: 21 November 2020.