সমললৈ যাওক

নন্দিনী শতপথী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নন্দিনী সতপতিৰ পৰা পুনঃনিৰ্দেশিত)
নন্দিনী শতপথী
৮ম ওড়িশাৰ মুখ্যমন্ত্ৰী
কাৰ্যকাল
৬ মাৰ্চ ১৯৭৩ – ১৬ ডিচেম্বৰ ১৯৭৬
পূৰ্বসূৰী ৰাষ্ট্ৰপতিৰ শাসন
উত্তৰসূৰী ৰাষ্ট্ৰপতিৰ শাসন
কাৰ্যকাল
১৪ জুন ১৯৭২ – 3 মাৰ্চ ১৯৭৩ [1]
পূৰ্বসূৰী বিশ্বনাথ দাস
উত্তৰসূৰী ৰাষ্ট্ৰপতিৰ শাসন
ব্যক্তিগত তথ্য
জন্ম ০৯ জুন, ১৯৩১
কট্টক, বিহাৰ আৰু উৰিষ্যা প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ০৪ আগষ্ট, ২০০৬ (৭৫ বছৰ)
ভুৱনেশ্বৰ, ওড়িশা, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী দেৱেন্দ্ৰ সতপতি
সন্তান নাচিকেতা সতপতি
তাথাগতা সতপতি
ৱেবছাইট http://www.snsmt.org

নন্দিনী শতপথী (ইংৰাজী: Nondini Satpathy; ৯ জুন ১৯৩১ – ৪ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু লেখিকা। ১৯৭২ চনৰ জুন মাহৰ পৰা ১৯৭৬ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ ওড়িশাৰ মুখ্যমন্ত্ৰী আছিল।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৩১ চনৰ ৯ জুনত উপকূলীয় পুৰীৰ এটা ব্ৰাহ্মণ পৰিয়ালত কালিন্দি চৰণ পাণিগ্ৰাহী আৰু ৰত্নামণি পাণিগ্ৰাহীৰ ঘৰত নন্দিনী পাণিগ্ৰাহী নামেৰে নন্দিনী শতপথীয়ে জন্মগ্ৰহণ কৰিছিল৷ তেওঁ ভাৰতৰ কটকৰ পিঠাপুৰত ডাঙৰ-দীঘল হৈছিল।[2] শতপথীৰ ককাক ভাগৱতী চৰণ পাণিগ্ৰাহীয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ওড়িশা শাখা প্ৰতিষ্ঠা কৰিছিল। তেওঁ আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ সহযোগী।

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

শতপথী ওড়িয়া ভাষাৰ লেখক আছিল৷ তেওঁৰ ৰচনাসমূহ আন কেইবাটাও ভাষালৈ অনুবাদ আৰু প্ৰকাশ কৰা হৈছে। ওড়িয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ১৯৯৮ চনত সাহিত্য ভাৰতী সন্মান বঁটা লাভ কৰে।[3][4] তেওঁৰ অন্তিমটো গুৰুত্বপূৰ্ণ সাহিত্যিক কৃতি আছিল তছলিমা নাছৰিনলজ্জাৰ ওড়িয়ালৈ অনুবাদ।[5]

২০০৬ চনৰ ৪ আগষ্টত ভুৱনেশ্বৰৰ ঘৰত নন্দিনী শতপথীৰ মৃত্যু হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "১৯৩৭ চনৰ পৰা ওড়িশা বিধানসভাৰ চমু ইতিহাস". ws.ori.nic.in. 2011. Archived from the original on 2007-01-09. https://web.archive.org/web/20070109172223/http://ws.ori.nic.in/ola/brief.htm। আহৰণ কৰা হৈছে: 2 জুলাই ২০১২. "অডিছাৰ মুখ্য মন্ত্ৰীসকলৰ নাম" 
  2. (en ভাষাত) Cultural Heritage of [Orissa: Dhenkanal]. State Level Vyasakabi Fakir Mohan Smruti Samsad. 2002. ISBN 978-81-902761-5-3. https://books.google.com/books?id=cENQAQAAIAAJ&q=Kalindi+charan+Panigrahi+. 
  3. "Spotlight". Tribune India. 9 February 1999. http://www.tribuneindia.com/1999/99feb09/spotlite.htm. "Eminent writer and former Chief Minister Nandini Satpathy has won the prestigious Sahitya Bharati Samman Award, 1998, for her outstanding contribution to Odia literature" 
  4. "StreeShakti – The Parallel Force". streeshakti.com. 2012. http://www.streeshakti.com/bookN.aspx?author=7। আহৰণ কৰা হৈছে: 10 May 2012. "she was awarded the Sahitya Bharati Samman for her contributions to Oriya literature" 
  5. Sahu, Nandini (14 October 2007). "The Position of Women in Oriya Literature". boloji.com. http://www.boloji.com/index.cfm?md=Content&sd=Articles&ArticleID=1654। আহৰণ কৰা হৈছে: 10 May 2012. "Her last major work was the translation of Taslima Nasreen's 'Lajja' into Oriya" 
  6. "Nandini Satpathy". odisha360.com. 2012. http://www.odisha360.com/infopedia/odia-personalities/nandini-satpathy/। আহৰণ কৰা হৈছে: 10 May 2012. "Smt. Nandini Satpathy died of an illness on 4th August 2006 at her residence in Bhubaneswar."