নয়নজোত লাহিড়ী
নয়নজোত লাহিড়ী | |
---|---|
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | ইতিহাস |
কৰ্মস্থান | অশোক বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | ছেইণ্ট ষ্টিফেন কলেজ |
জনা যায় | পুৰাতত্ত্বৰ কামৰ বাবে জনাজাত |
উল্লেখনীয় বঁটা | জন এফ ৰিচাৰ্ডছ, ইনফ'চিচ বঁটা |
নয়নজোত লাহিড়ী (ইংৰাজী: Nayanjot Lahiri) প্ৰাচীন ভাৰতৰ ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদ আৰু অশোক বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক।[1][2] ইয়াৰ পূৰ্বে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হিচাপে আছিল।[3]
তেওঁ পুৰাতত্ত্বৰ ক্ষেত্ৰত কৰা কামৰ বাবে মানৱিকীবিদ্যাত ২০১৩ চনৰ ইনফ'ছিছ বঁটা বিজয়ী আৰু তেওঁৰ গ্ৰন্থ অশোক ইন এন্সিয়েণ্ট ইণ্ডিয়াই ২০১৬ চনৰ বাবে জন এফ ৰিচাৰ্ডছ বঁটা লাভ কৰিছিল।[4][5][6] তেওঁ ২০১৭ চনৰ পৰা ২০১৮ চনলৈকে ইনফ'চিছ বঁটাৰ বাবে মানৱিকী বিচাৰক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[7]
কাম
[সম্পাদনা কৰক]তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে দ্য আৰ্কিঅ’লজি অৱ ইণ্ডিয়ান ট্ৰেড ৰুটছ (১৯৯২), ফাইণ্ডিং ফৰ্গটেন চিটিজ (২০০৫) আৰু অশোকা ইন এন্সিয়েণ্ট ইণ্ডিয়া (২০১৫)। তেওঁ দ্য ডিক্লাইন এণ্ড ফ'ল অৱ দ্য ইণ্ডাছ চিভিলাইজেচন (২০০০) আৰু 'দ্য আৰ্কিঅ'লজি অৱ হিন্দুইজম' (২০০৪) শীৰ্ষক বিশ্ব প্ৰত্নতাত্ত্বিকৰ এটা সংখ্যা সম্পাদনা কৰিছে।[8]
গ্ৰন্থপঞ্জি
[সম্পাদনা কৰক](২০১৫) (en ভাষাত). অশোকা ইন এন্সিয়েণ্ট ইণ্ডিয়া. হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি প্ৰেছ. ISBN 9780674057777. http://www.hup.harvard.edu/catalog.php?isbn=9780674057777.(২০১২) (en ভাষাত). পাহৰি যোৱা চহৰ বিচাৰি উলিওৱা: সিন্ধু সভ্যতা কেনেকৈ আৱিষ্কাৰ হৈছিল. হেচেট ইণ্ডিয়া. ISBN 9789350094198. https://books.google.com/books?id=w68lobWerY8C.- লাহিড়ী, নয়নজোত; সিং, উপন্দিৰ, eds (2010). প্ৰাচীন ভাৰত: নতুন গৱেষণা. প্ৰকাশক নতুন দিল্লী: অক্সফৰ্ড বিশ্ববিদ্যালয় প্ৰেছ. ISBN 9780198068303. https://books.google.com/books?id=nILORQAACAAJ.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ashoka in Ancient India (book review)". May 2016. https://www.h-net.org/reviews/showrev.php?id=45005.
- ↑ "Walk back to the past: Take a tour of the Harappan civilisation in a Delhi museum". 28 July 2017. http://www.hindustantimes.com/art-and-culture/walk-back-to-the-past-take-a-tour-of-the-harappan-civilisation-in-a-delhi-museum/story-QmAd5ZAxUsl7773tYXXN0L.html.
- ↑ "Ashoka University". www.ashoka.edu.in. https://www.ashoka.edu.in/academics/faculty/। আহৰণ কৰা হৈছে: 12 October 2016.
- ↑ "Prof. Nayanjot Lahiri". 2013. http://www.infosys-science-foundation.com/prize/laureates/2013/nayanjot-lahiri.asp.
- ↑ "2013 Infosys Science Prize Winners Announced". 14 November 2013. http://indiatoday.intoday.in/story/infosys-2013-science-prize-winners-announced/1/324714.html.
- ↑ "Nayanjot Lahiri bags prize for book on Ashoka". The Hindu. http://www.thehindu.com/books/books-authors/nayanjot-lahiri-bags-prize-for-book-on-ashoka/article9185483.ece.
- ↑ Humanities Jury, Infosys Science Foundation. "Infosys Prize - Jury 2018". https://www.infosys-science-foundation.com/prize/jury/jury-2018.asp#Humanities.
- ↑ Lahiri, Nayanjot (2005). Finding Forgotten Cities. প্ৰকাশক Ranikhet: Permanent Black. ISBN 978-8178244648.