নাকা বিহাৰ
অৱয়ব
নাকা বিহাৰ এটা বৌদ্ধ স্তুপ। ই অনুৰাধাপুৰ যুগৰ শেষৰফালে খ্ৰীষ্টপূৰ্ব সপ্তম আৰু দশম শতিকাৰ মাজত নিৰ্মিত[1] আৰু ই শ্ৰীলংকাৰ অনুৰাধাপুৰত অৱস্থিত। ইটাৰে নিৰ্মিত ডাগোবাটোৰ আকৃতি বৰ্গক্ষেত্ৰাকাৰ। এই স্থানটো এটা অস্বাভাৱিক আৰ্হি অনুসৰি নিৰ্মাণ কৰা হৈছিল আৰু ই সম্ভৱ শ্ৰীলংকাৰ পোলোন্নাৰুৱাৰ সাতমহলীয়া অট্টালিকা সৎমহল প্ৰসাদয়াৰ দৰেই হ'লহেঁতেন।[2] এই স্থানত কৰা খননত কেইবাটাও মাটিৰ অলংকাৰ থোৱা পেৰা পোৱা গৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nakha Vehera of Ancient Anuradhapura". Amazinglanka. http://amazinglanka.com/wp/nakha-vehera-anuradhapura/। আহৰণ কৰা হৈছে: 11 January 2016.
- ↑ "Nakha Vehera". Lankapradeepa. https://www.lankapradeepa.com/2021/05/nakha-vehera.html। আহৰণ কৰা হৈছে: 11 January 2022.