ছূৰা আন নাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নাছৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

ছূৰা আন্ নাছ (মানৱ জাতি)

ছূৰা নং- ১১৪

মুঠ আয়াতৰ সংখ্যা- ৬

মুঠ ৰুকুৰ সংখ্যা- ১

মক্কাত অৱতীৰ্ণ

আয়াতসমূহ[সম্পাদনা কৰক]

قُلْ أَعُوذُ بِرَبِّ النَّاسِ
১. কোৱা, 'মই আশ্ৰয় বিচাৰিছোঁ মানুহৰ পালনকৰ্তাৰ ওচৰত
مَلِكِ النَّاسِ
২. মানুহৰ অধিপতিৰ
إِلَهِ النَّاسِ
৩. মানুহৰ প্ৰভুৰ
مِن شَرِّ الْوَسْوَاسِ الْخَنَّاسِ
৪. তাৰ অনিষ্টৰ পৰা যিয়ে কুমন্ত্ৰণা দিc আৰু আত্মগোপন কৰে
الَّذِي يُوَسْوِسُ فِي صُدُورِ النَّاسِ
৫. যিয়ে মানুহৰ অন্তৰত কুমন্ত্ৰণা দিয়ে
مِنَ الْجِنَّةِ وَ النَّاسِ
৬. জ্বিনসকলৰ মাজৰ পৰা হওঁক বা মানুহৰ মাজৰ পৰাই হওঁক