সমললৈ যাওক

নাজিয়া ইকবাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাজিয়া ইকবাল
পেচা
  • গায়িকা
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ লোকসংগীত
বাদ্যযন্ত্ৰ কণ্ঠ


নাজিয়া ইকবাল (উৰ্দু: نازيه اقبال, ইংৰাজী: Nazia Iqbal; জন্ম: প্ৰায় ১৯৮৪) পাকিস্তানৰ এগৰাকী পশতু ভাষাৰ গায়িকা।[1] এসময়ত তেওঁ পেছোৱাৰ জালমি ক্ৰিকেট দলৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল। তেওঁ সংযুক্ত আৰৱ আমিৰাত, যুক্তৰাজ্য আৰু বিশ্বৰ অন্যান্য বহু ঠাইত অনুষ্ঠান পৰিৱেশন কৰে। পশতু ভাষাৰ উপৰিও তেওঁ উৰ্দু, পাৰ্চী আৰু আৰবী ভাষাতো গীত গায়।

বৰ্তমান তেওঁ সন্তানৰ সৈতে যুক্তৰাজ্যৰ লণ্ডনত বাস কৰে।[2] ২০০৫ চনত তেওঁ দিলাৱাইজ আমানৰ সৈতে বিবাহ পাশত আবদ্ধ হয় যদিও ২০১৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Pashto singer from Swat pays tribute to Urdu music legends She took birth in 1984. The Express Tribune.
  2. Report, Bureau (28 July 2019). "Pashto folk singer shifts to England with family". DAWN.COM. https://www.dawn.com/news/1496605। আহৰণ কৰা হৈছে: 4 May 2020. 
  3. "Divorce occurs after triple talaq: CII chief". Daily Times. 5 November 2019. https://dailytimes.com.pk/494998/divorce-occurs-after-triple-talaq-cii-chief/। আহৰণ কৰা হৈছে: 4 May 2020.