নাট বল্টু
| নাট বল্টু | |
|---|---|
শিৰোনাম কাৰ্ড | |
| শৈলী | হাস্যৰসাত্মক |
| পৰিচালক | সৌৰভ মণ্ডল হানছা মণ্ডল |
| কণ্ঠ |
|
| দেশ | ভাৰত |
| ভাষা | বঙালী |
| খণ্ডৰ সংখ্যা | ৯০৮ (List of episodes) |
| প্ৰযোজনা | |
| প্ৰযোজক | সৌৰভ মণ্ডল হানছা মণ্ডল |
| দৈৰ্ঘ্য | ১৭-২৩ মিনিট (প্ৰতি খণ্ড) |
| ষ্টুডিঅ’ | ছফটুনচ্ |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | চনী আঠ |
| প্ৰদৰ্শনৰ সময় | ১০ এপ্ৰিল ২০১৬ – বৰ্তমান |
নাট বল্টু (ইংৰাজী: Nut Boltu) হৈছে ভাৰতীয় বঙালী ভাষাৰ এখন হাস্যৰসাত্মক এনিমেটেড টেলিভিছন ধাৰাবাহিক। শিশুসকলৰ বাবে নিৰ্মিত এই পাৰিবাৰিক ধাৰাবাহিকখন ২০১৬ চনৰ পৰা চনী আঠ টেলিভিছন চেনেলত নিয়মিতভাৱে সম্প্ৰচাৰিত হৈ আহিছে।[1]
কাহিনী
[সম্পাদনা কৰক]নাট বল্টু ধাৰাবাহিকখন, নাট আৰু বল্টু নামৰ দুগৰাকী শিশুৰ দৈনন্দিন ঘটনা আৰু কাৰ্যকলাপৰ আধাৰত নিৰ্মিত হৈছে, যাৰ বয়স প্ৰায় ১০ বছৰ। দুয়ো দুষ্ট, এজন শকত আৰু এজন ক্ষীণ; যিসকলে ভাল আৰু বেয়া সময়ত ইজনে সিজনৰ কাষত থাকে। তেওঁলোকে সদায় আনৰ সমস্যা সমাধান কৰিবলৈ স্বেচ্ছাসেৱক হিচাপে কাম কৰে যদিও তেওঁলোকৰ ব্যক্তিত্ব আৰু অনন্য চিন্তাধাৰাৰ বাবে সদায় তেওঁলোক কোনোবা নহয় কোনোবা বিপদত পৰে। শেষত, তেওঁলোকৰ বন্ধুত্ব, সততা আৰু বিশ্বাসে সকলো সমস্যা সমাধান কৰাত সহায় কৰে।[2]
চৰিত্ৰসমূহ
[সম্পাদনা কৰক]- নাট: কেন্দ্ৰীয় চৰিত্ৰ, শকত আৰু বুদ্ধিমান লʼৰা। তাৰ গাৰ ৰং উজ্জ্বল শ্যাম বৰণীয়া। তেওঁ বেছিভাগ সময়তে সেউজীয়া টি-চাৰ্ট, কমলা ৰঙৰ পেণ্ট আৰু বাদামী ৰঙৰ জোতা পিন্ধে।[1]
- বল্টু: দ্বিতীয় কেন্দ্ৰীয় চৰিত্ৰ, নাটৰ বন্ধু; ক্ষীণ আৰু বুদ্ধিমান লʼৰা।[1]
- বড়বাবু: গোপী দাৰোগা; দাসপাৰা পুলিচ ষ্টেচনৰ ইন্সপেক্টৰ।[1]
- ৰজনী বাবু: নাটৰ পিতৃ।[1]
- ৰেঞ্চ: ৰতন চচ্চৰি; নাট-বল্টুৰ প্ৰতিদ্বন্দ্বী দলৰ প্ৰধান।[3]
- হুলো: নাট-বল্টুৰ প্ৰতিদ্বন্দ্বী, ৰেঞ্চৰ সহযোগী, মিত্তিৰ আণ্টিৰ ভনীয়েকৰ পুতেক। তেওঁ নিজৰ মাহীয়েকৰ ঘৰত থাকে আৰু দাসপাৰা স্কুলত পঢ়া-শুনা কৰে।[4]
- বাটালি: নাট-বল্টুৰ প্ৰতিদ্বন্দ্বী, ৰেঞ্চৰ সহযোগী, মিত্তিৰ আণ্টিৰ ভনীয়েকৰ পুতেক। তেৱোঁ নিজৰ মাহীয়েকৰ ঘৰত থাকি দাসপাৰা স্কুলত পঢ়া-শুনা কৰে।[5]
- ভেবলাই: ৰেঞ্চ, হুলো আৰু বাটালিৰ সহযোগী।[3]
- চিমটি: নাট-বল্টুৰ বান্ধৱী, বড়বাবুৰ ভাগিনীয়েক।[6]
- কৰালি দাদু: অৱসৰপ্ৰাপ্ত উকীল।[7]
- মিত্তিৰ আণ্টি: মিছেছ মিত্ৰ; হুলো, বাটালিৰ মাহীয়েক।[1]
- কৰ্মকৰ্তা: দাসপাৰা ক্লাবৰ সভাপতি।[8]
- ৰাঙা দাদু: নাটৰ মাকৰ মামা, নাটৰ দুঃসম্পৰ্কীয় ককাক।[9]
- মুড়িলাল, কানু, কাকাতুয়া: ডকাইত, যিসকলে প্ৰতিবাৰ চুৰি অথবা ডকাইতি কৰাৰ পিছত নাট-বল্টুৰ বাবে ধৰা পৰে।[10]
- চেলা: মুড়িলাল, কানু আৰু কাকাতুয়াৰ সহযোগী।
খণ্ডৰ তালিকা
[সম্পাদনা কৰক]বৰ্তমানলৈকে ধাৰাবাহিকখনৰ ৯০৮টা খণ্ড সম্প্ৰচাৰিত হৈছে।
১–৫০
[সম্পাদনা কৰক]| খণ্ড | শিৰোনাম |
|---|---|
| ১ | পৰোপকাৰ |
| ২ | মুষ্টিযোগ |
| ৩ | নববৰ্ষেৰ জলসা |
| ৪ | নববৰ্ষেৰ চমচম |
| ৫ | দাঁতকপাটি |
| ৬ | হৰবোলা |
| ৭ | বস্তা দৌড় |
| ৮ | ভূতেৰ ঠাণ্ডা হাত |
| ৯ | হাতেৰ কাজ |
| ১০ | যান্ত্ৰিক কেৰামতি |
| ১১ | ফুলকপিৰ যুদ্ধ |
| ১২ | কিডন্যাপাৰেৰ কবলে |
| ১৩ | জঞ্জাল সাফাই |
| ১৪ | বস্ত্ৰ বিতৰণ |
| ১৫ | ভৌতিক অভিযান |
| ১৬ | সাইকেল ৰেস |
| ১৭ | সৌভাগ্য |
| ১৮ | ভাৰোত্তোলন |
| ১৯ | ফাটা নাকেৰ কেৰামতি |
| ২০ | দাৰোগাবাবু দূৰ হটো |
| ২১ | ছদ্মবেশেৰ আড়ালে |
| ২২ | বড়বাবুৰ পেটেৰ ব্যামো |
| ২৩ | মৰণ কুঁয়ো |
| ২৪ | টাইট খেলো ৰেঞ্চ |
| ২৫ | মোক্ষম ব্ৰেকফাষ্ট |
| ২৬ | অপহৰণেৰ অপবাদে |
| ২৭ | ৰিভেঞ্জ |
| ২৮ | চকোলেট কেক |
| ২৯ | মাইক ভূত |
| ৩০ | ডাকাত ধৰা |
| ৩১ | পাৰ্সেল বনাম জলেৰ পাইপ |
| ৩২ | আম অভিযান বনগ্ৰামে |
| ৩৩ | ম্যাও |
| ৩৪ | সেল-এৰ কেনাকাটা |
| ৩৫ | ফোন কল |
| ৩৬ | চোৰ ধৰাৰ কল |
| ৩৭ | সাৰে জাহাঁসে আচ্ছা |
| ৩৮ | বড়বাবুৰ উত্তোলন |
| ৩৯ | কিশোৰ বাহিনী |
| ৪০ | সাবেক কালেৰ খাবাৰ |
| ৪১ | আটত্ৰিশেৰ তিনেৰ দুই |
| ৪২ | ঘুড়িৰ লড়াই |
| ৪৩ | আসল নকল |
| ৪৪ | বড়বাবুৰ ছাতা |
| ৪৫ | ন্যাড়া ব্লাডাৰ |
| ৪৬ | মোবাইল কাণ্ড |
| ৪৭ | গোয়েন্দাগিৰি |
| ৪৮ | জন্মদিনেৰ উপহাৰ |
| ৪৯ | হালকা পলকা |
| ৫০ | ঘুঘু পড়লো ফাঁদে |
৫১–১০০
[সম্পাদনা কৰক]| খণ্ড | শিৰোনাম |
|---|---|
| ৫১ | নাট বল্টু ও গান্ধী জয়ন্তী |
| ৫২ | নাটেৰ নতুন কাকা |
| ৫৩ | জ্যান্ত অসুৰ |
| ৫৪ | আতস কাচ |
| ৫৫ | ৰাষ্টিকেট |
| ৫৬ | নকল দাৰোগা |
| ৫৭ | জল বাঁচাও |
| ৫৮ | কালী পূজো |
| ৫৯ | বৃক্ষৰোপণ |
| ৬০ | বেলুন ভ্ৰমণ |
| ৬১ | ফুটবল ম্যাচ |
| ৬২ | মোহৰ উদ্ধাৰ |
| ৬৩ | মাছ ধৰা |
| ৬৪ | বাঘ ধৰাৰ কেৰামতি |
| ৬৫ | শব্দেৰ গুঁতো |
| ৬৬ | তীৰ-ধনুকেৰ কেৰামতি |
| ৬৭ | ভূতেৰ বাড়ি |
| ৬৮ | হাতখৰচ |
| ৬৯ | ক্যামেৰা |
| ৭০ | পেইণ্টিং |
| ৭১ | কেক চুৰি |
| ৭২ | ওয়াক-ওভাৰ |
| ৭৩ | বড়দিনেৰ কেক |
| ৭৪ | আসল নকল সান্তাদাদু |
| ৭৫ | হ্যাপি নিউ ইয়াৰ |
| ৭৬ | বৰ্ষবৰণ ২০১৭ |
| ৭৭ | গয়না উদ্ধাৰ |
| ৭৮ | আশ্চৰ্য কলম |
| ৭৯ | ম্যাজিক চাদৰ |
| ৮০ | হানাবাড়িতে একটি ৰাত |
| ৮১ | মাছেৰ টোপ |
| ৮২ | হনুমানেৰ লঙ্কাকাণ্ড |
| ৮৩ | কত ধানে কত চাল |
| ৮৪ | |
| ৮৫ | আজব সাজা |
| ৮৬ | সবুজ পাতাৰ বাণীবন্দনা |
| ৮৭ | ক্ৰিকেট প্ৰতিযোগিতা |
| ৮৮ | জ্যোতিষ চৰ্চা |
| ৮৯ | ৰাজভোগ কেলেঙ্কাৰি |
| ৯০ | পিকনিক |
| ৯১ | হাতি ধৰা |
| ৯২ | ভূতেৰ ৰাজা |
| ৯৩ | হাঁস চোৰ |
| ৯৪ | তেঁতুল চুৰি |
| ৯৫ | পুণ্যি পুকুৰ |
| ৯৬ | শিক্ষামূলক ভ্ৰমণ |
| ৯৭ | বড়বাবুৰ জন্মদিন |
| ৯৮ | হাইজ্যাক |
| ৯৯ | নিৰক্ষৰতা দূৰীকৰণ |
| ১০০ | মাষ্টাৰ ষ্ট্ৰোক |
১০১–১৫০
[সম্পাদনা কৰক]| খণ্ড | শিৰোনাম |
|---|---|
| ১০১ | বাঘেৰ খোঁজে |
| ১০২ | ৰাবণ হৰণ পালা |
| ১০৩ | বন্ধু |
| ১০৪ | ইকিৰ মিকিৰ |
| ১০৫ | মাছি |
| ১০৬ | ঘোঁয়াশা |
| ১০৭ | কেমন জব্দ |
| ১০৮ | ম্যাজিক চশমা |
| ১০৯ | পাৰ্ট টাইম জব |
| ১১০ | স্বাদ বদল |
| ১১১ | ৰং ৰহস্য |
| ১১২ | মাঠ দখল |
| ১১৩ | ভূতুড়ে আলমাৰি |
| ১১৪ | বন্দুকবাজি |
| ১১৫ | নাট বল্টুৰ লড়াই |
| ১১৬ | ভূতেৰ গুপ্তধন |
| ১১৭ | স্পোৰ্টস ডে |
| ১১৮ | উড়ন্ত সসাৰ |
| ১১৯ | ৰোবোট বোম |
| ১২০ | ইটেৰ বদলে পাটকেল |
| ১২১ | আম চুৰি |
| ১২২ | ভূতুড়ে বায়োস্কোপ |
| ১২৩ | মুড়িলালেৰ নতুন বাড়ি |
| ১২৪ | ৰঙেৰ ভেলকি |
| ১২৫ | ৰক্তদান শিবিৰ |
| ১২৬ | আবিষ্কাৰেৰ গুঁতো |
| ১২৭ | বডি বিল্ডিং প্ৰতিযোগিতা |
| ১২৮ | সূৰ্যমুখী ফুল |
| ১২৯ | টিয়া পাখি |
| ১৩০ | মোবাইল ফোন |
| ১৩১ | বলবৰ্ধক চূৰ্ণ |
| ১৩২ | নিৰুদ্দেশ |
| ১৩৩ | দেশী খেলা |
| ১৩৪ | ভূতেৰ আলো |
| ১৩৫ | মাটি পৰীক্ষা |
| ১৩৬ | গুপ্তধন |
| ১৩৭ | আজব জন্তু |
| ১৩৮ | বড়বাবুৰ সংবৰ্ধনা |
| ১৩৯ | বাই বাই বাবা |
| ১৪০ | তেষজ ৰং |
| ১৪১ | মায়েৰ গিফট |
| ১৪২ | |
| ১৪৩ | গুলবাজি |
| ১৪৪ | আবাৰ খাবো |
| ১৪৫ | কাকতাড়ুয়াৰ আতঙ্ক |
| ১৪৬ | ৰোবট কাণ্ড |
| ১৪৭ | পিসিৰ ছেলেৰ বিয়ে |
| ১৪৮ | টহলদাৰি |
| ১৪৯ | মাছ চলে ডালে ডালে |
| ১৫০ | পূজোৰ শপিং |
১৫১–২০০
[সম্পাদনা কৰক]| খণ্ড | শিৰোনাম |
|---|---|
| ১৫১ | মহিষাসুৰ |
| ১৫২ | কাঠেৰ বাক্স |
| ১৫৩ | |
| ১৫৪ | ঠেলাগাড়ি বিভ্ৰাট |
| ১৫৫ | ৰাঙাদাদুৰ খপ্পৰে |
| ১৫৬ | পেটমোটা গুপি |
| ১৫৭ | খেলনা টাকা |
| ১৫৮ | কালীপূজোৰ ভূত |
| ১৫৯ | আকাশ যুদ্ধ |
| ১৬০ | দাসপাড়ায় গৰিলাকাণ্ড |
| ১৬১ | যন্তৰ মন্তৰ |
| ১৬২ | উল্টো টাইট |
| ১৬৩ | মায়েৰ অত্যাচাৰ |
| ১৬৪ | নকল ডাক্তাৰ |
| ১৬৫ | বক্সিং-এৰ গুঁতো |
| ১৬৬ | পুলিশ কুকুৰ |
| ১৬৭ | হীৰে চুৰি |
| ১৬৮ | প্ল্যানচেট |
| ১৬৯ | মশা মাৰতে কামান |
| ১৭০ | অলস বাবা |
| ১৭১ | গা ছমছমে অভিজ্ঞতা |
| ১৭২ | লটাৰী যোগ |
| ১৭৩ | বাঁশিৰ কেৰামতি |
| ১৭৪ | নাট বল্টুৰ চাঁদে যাওয়া |
| ১৭৫ | ভূতুড়ে আয়না |
| ১৭৬ | বড়দিনেৰ বৰফ দেখা |
| ১৭৭ | মোজা নিয়ে মজা |
| ১৭৮ | নতুন বছৰে নতুন গাড়ি |
| ১৭৯ | দাসপাড়ায় সাৰ্কাস |
| ১৮০ | মিষ্টি চোৰ |
| ১৮১ | নাট বল্টুৰ দুষ্টুমি |
| ১৮২ | কিডন্যাপ কেস |
| ১৮৩ | মৎস্য শিকাৰ |
| ১৮৪ | স্বৰস্বতী পূজোৰ পেটপূজো |
| ১৮৫ | দধিকৰ্মা |
| ১৮৬ | পতাকা উত্তোলন |
| ১৮৭ | হিট ফাণ্ড |
| ১৮৮ | নাট গোয়েন্দা বল্টু অ্যাসিষ্ট্যাণ্ট |
| ১৮৯ | নাটেৰ কুঁড়েমি |
| ১৯০ | লক্ষ্যভেদ |
| ১৯১ | ক্যুৰিয়াৰ সাৰ্ভিস |
| ১৯২ | ফিৰে এলো কৰালিৰ ভূত |
| ১৯৩ | মাছ ধৰাৰ প্ৰতিযোগিতা |
| ১৯৪ | নাটেৰ লম্বা হওয়া |
| ১৯৫ | ইউনিভাৰ্সাল ৰিমোট |
| ১৯৬ | জুটিতে লুটি |
| ১৯৭ | বিপদ সংকেত |
| ১৯৮ | নাটেৰ জন্মদিন |
| ১৯৯ | দাসপাড়ায় কিপন্যাপিং |
| ২০০ | অ্যাক্টিং বড়বাবু |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 (bn-BD ভাষাত) Nut Boltu (Bengali) - নাট বল্টু - Episode 1 - Paropkar. https://www.youtube.com/watch?v=zlLFqG1cmmg.
- ↑ "Nut Boltu" (en ভাষাত). Sony LIV. https://www.sonyliv.com/shows/nut-boltu-1700000126। আহৰণ কৰা হৈছে: 2024-06-08.
- ↑ 3.0 3.1 Sony AATH (2019-08-04). নয় ছয় | Nut Boltu | Bangla Cartoon | Episode - 345. https://www.youtube.com/watch?v=HtRRlRIcuRQ.
- ↑ Sony AATH (2016-07-31). Nut Boltu (Bengali) - নাট বল্টু - Episode 33 - Meeao. https://www.youtube.com/watch?v=wa06V6afd-M.
- ↑ Sony AATH (2022-03-20). বাটালি উইল নট প্লে হোলি | Nut Boltu | Bangla Cartoon | Episode - 619. https://www.youtube.com/watch?v=8q3UnCVjlNk.
- ↑ Sony AATH (2021-06-06). ছিমটি'স এজিটেশন | Nut Boltu | Bangla Cartoon | Episode - 536. https://www.youtube.com/watch?v=MqiWzNbda-g.
- ↑ Sony AATH (2022-08-28). কৰালিদাদুৰ কিপ্টেমিৰ ওষুধ | Nut Boltu | Bangla Cartoon | Episode - 664. https://www.youtube.com/watch?v=ITgin9IWZjE.
- ↑ Sony AATH (2020-11-29). Karate Classes | Nut Boltu | Bangla Cartoon | Episode - 483. https://www.youtube.com/watch?v=oiM6Me5orHg.
- ↑ Sony AATH (2023-01-15). বলটুৰ বাড়ি এলো ৰাঙা দাদু | Nut Boltu | Bangla Cartoon | Episode - 704. https://www.youtube.com/watch?v=lg82kZScxGE.
- ↑ Sony AATH (2020-10-18). The Master Plan | Nut Boltu | Bangla Cartoon | Episode - 471. https://www.youtube.com/watch?v=pl7hkyqofRw.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]নাট বল্টু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
