নাদিৰা বেগম
অৱয়ব
নাদিৰা বেগম | |
|---|---|
| মৃত্যুৰ তাৰিখ | ০৬ নৱেম্বৰ, ২০২৩ ঢাকা, বাংলাদেশ |
| সংগীতৰ ধৰণ | ভাৱাইয়া |
নাদিৰা বেগম (ইংৰাজী: Nadira Begum; মৃত্যু: ৬ নৱেম্বৰ ২০২৩) এগৰাকী বাংলাদেশী লোক-গায়িকা।[1] ২০১৫ চনত বাংলাদেশ চৰকাৰে তেওঁক শিল্পকলা পদক প্ৰদান কৰে।[2] কুলো কুলো চলো চলো নদী কৰে তলমলৰ দৰে গীতৰ বাবে তেওঁ পৰিচিত।[3]
জীৱন
[সম্পাদনা কৰক]বাংলাদেশৰ শাস্ত্ৰীয় আৰু লোক-গায়ক এ.কে.এম. আব্দুল আজিজৰ ঘৰত নাদিৰা বেগমৰ জন্ম হৈছিল।[1] ১৯৬০ চনত তেও অনাতাঁৰ শিল্পী হিচাপে সংগীত জীৱন আৰম্ভ কৰে।[1]
নাদিৰা বেগমে ভাৱাইয়া একাডেমীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]
২০২৩ চনৰ ৬ নৱেম্বৰ তাৰিখে বালাদেশৰ ঢাকাত নাদিৰা বেগমৰ মৃত্যু হয়।[3] জয়পুৰহাট জিলাত তেওঁক সমাধিস্থ কৰা হয়।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Nadira Begum: Popularising and preserving bhawaiya songs" (en ভাষাত). The Daily Star. 28 October 2007. https://www.thedailystar.net/news-detail-9150। আহৰণ কৰা হৈছে: 2 February 2019.
- ↑ "Seven get Shilpakala Padak 2015". New Age. 4 May 2016. Archived from the original on 2 February 2017. https://web.archive.org/web/20170202011424/http://newagebd.net/227246/seven-get-shilpakala-padak-2015/। আহৰণ কৰা হৈছে: 1 February 2019.
- ↑ 3.0 3.1 3.2 "Eminent folk singer Nadira Begum no more" (en ভাষাত). The Daily Star. 7 November 2023. https://www.thedailystar.net/entertainment/music/news/eminent-folk-singer-nadira-begum-no-more-3463671। আহৰণ কৰা হৈছে: 7 November 2023.