নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নদী বান্ধ, অৰুণাচল প্ৰদেশ আৰু অসম
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প is located in India
{{{alt}}}
ভাৰতত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অৱস্থিতি
আনুষ্ঠানিক নাম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (LSHEP)
দেশ ভাৰত
অৱস্থান অৰুণাচল প্ৰদেশ, অসম
স্থানাংক 27°33′13″N 94°15′31″E / 27.55361°N 94.25861°E / 27.55361; 94.25861স্থানাংক: 27°33′13″N 94°15′31″E / 27.55361°N 94.25861°E / 27.55361; 94.25861
স্থিতি নিৰ্মিয়মান
নিৰ্মাণ কাৰ্য আৰম্ভণি ডিচেম্বৰ ২০০৭
নিৰ্মাণ কাৰ্য মূল্য Rs.৬২.৯  বিলিয়ন (ডিচেম্বৰ ২০০২ত আনুমানিক)
মালিক(সকল) এন এইচ পি চি লিমিটেড
Dam and spillways
Type of dam কংক্ৰিটৰ মাধ্যাকৰ্ষণিক
Impounds সোৱণশিৰি নদী
Height 116 মিটাৰ (381 ফুট)
Height (foundation) 130 মিটাৰ (427 ফুট)
Length 284 মিটাৰ (932 ফুট)
Dam volume 22,50,000 মি (29,42,889 কিউবিক য়াৰ্দ)
Spillway type Ski jump
Spillway capacity ৩৭,৫০০ মিটাৰ/ছেকেণ্ড (১,৩২৪,৩০০ ঘন ফুট/ছেকেণ্ড)
Reservoir
মুঠ ক্ষমতা ১.৩৭ কিলোমিটাৰ (১,১১০,৬৭৭ একৰ ফুট)
সক্ৰিয় ক্ষমতা ০.৪৪ কিলোমিটাৰ (৩৫৬,৭১৪ একৰ ফুট)
পৃষ্ঠ কালি 33.5 বৰ্গ কি.মি. (13 বৰ্গ মাইল)[1]
Power Station
Operator(s) এন এইচ পি চি লিমিটেড
Commission date 2016-2018 (est.)
Turbines 8 × 250  MW Francis-type
Installed capacity ২,০০০  মেগাৱাট (max. planned)

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (SLHEP) নামেৰে নামকৰণ কৰা সোৱণশিৰি নদীৰ নিম্ন বান্ধটো উত্তৰ-পূব ভাৰতৰ সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণৰ কাম চলি থকা এক মাধ্যাকৰ্ষণিক বান্ধ। এই বান্ধটো সোৱণশিৰি নদীৰ ওপৰেৰে ২.৩ কিলোমিটাৰ (১.৪ মাইল) অৰুণাচল প্ৰদেশত অৱস্থিত। এন এইচ পি চি লিমিটেডে নদীৰ চলাচল প্ৰকল্প হিচাপে বৰ্ণনা কৰা এই প্ৰকল্পটোৱে সম্পূৰ্ণ হ'লে ২০০০ মেগাৱাট শক্তি যোগান ধৰাৰ আশা কৰা হৈছে।[2] নিৰ্মাণৰ সময়ত প্ৰকল্পটোৱে কেইবাটাও সমস্যাৰ সন্মুখীন হৈছে য’ত ভূমিস্খলন, পুনৰ নিৰ্মাণ আৰু বিৰোধিতা আদি অন্তৰ্ভুক্ত। ২০১৮ চনত ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছিল। পৰিকল্পনা অনুসৰি সম্পূৰ্ণ হ'লে ই ভাৰতৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প হ'ব।[3][4]

২০১৯ চনৰ আৰম্ভণিলৈকে অসম অঞ্চলৰ দুটা ডাঙৰ মথাউৰি প্ৰকল্প দিবাং আৰু নামনি সোৱণশিৰিৰ কোনো এটাতে কাম আগবাঢ়িব পৰা নাছিল।[5]

এন জি টিয়ে ‘নামনি সোৱণশিৰি প্ৰকল্প’ৰ কাম নিষ্পত্তি কৰাৰ পিছত ইংৰাজী ৩১.০৭.২০১৯ তাৰিখৰ আদেশ অনুসৰি মথাউৰিটোৰ মূল কাম-কাজ ১৫.১০.২০১৯ তাৰিখে পুনৰ আৰম্ভ কৰা হৈছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]