নাহৰকটীয়া (বিধানসভা সমষ্টি)
অৱয়ব
| সমষ্টি নং- ৯২ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | ডিব্ৰুগড় |
| লোকসভা সমষ্টি | ডিব্ৰুগড় |
| প্ৰতিস্থা | ১৯৭৮ |
| সংৰক্ষণ | নাই |
নাহৰকটীয়া বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯২ হৈছে নাহৰকটীয়া বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] নাহৰকটীয়া ডিব্ৰুগড় জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, খোৱাং, দুলিয়াজান, টিংখং, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু মাৰ্ঘেৰিটা৷
বিধায়কসকল
[সম্পাদনা কৰক]- ১৯৭৮: শশ কমল সন্দিকৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)
- ১৯৮৫: কুসুম্বৰ টাইৰায়, নিৰ্দলীয়
- ১৯৯১: শশ কমল সন্দিকৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)
- ১৯৯৬: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০০: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০১: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১১: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১৬: নৰেণ সোণোৱাল, অসম গণ পৰিষদ
- ২০২১: তৰংগ গগৈ, ভাৰতীয় জনতা পাৰ্টি