সমললৈ যাওক

নাৰী (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাৰী (नारी)
সম্পাদক উপাসনা ঘিমিৰে
প্ৰকাৰ মহিলা আলোচনী
প্ৰকাশনৰ হাৰ মাহেকীয়া
বিতৰণ ৮৬,০০০
প্ৰকাশক কৈলাশ সিৰোহিয়া
প্ৰতিষ্ঠা ২০০২[1]
কোম্পানী কান্তিপুৰ পাব্লিকেচন
দেশ Nepal
ভিত্তি কাঠমাণ্ডু
ভাষা নেপালী
ৱেবচাইট narimag.com.np

নাৰী (নেপালী: नारी) হ'ল কাঠমাণ্ডুত অৱস্থিত ব্যক্তিগত সংবাদ মাধ্যম কোম্পানী কান্তিপুৰ পাব্লিকেশ্যনে নেপালত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ কৰা এখন মাহেকীয়া মহিলা আলোচনী৷

ইতিহাস আৰু প্ৰফাইল

[সম্পাদনা কৰক]

আলোচনীখন ২০০২ চনত সৰ্বোত্তম নামেৰে আৰম্ভ হৈছিল।[1] দুবছৰৰ পিছত ইয়াৰ নাম সলনি কৰি সৰ্বোত্তম নাৰী কৰা হয়।[1] ই কান্তিপুৰ প্ৰকাশনৰ অংশ।[1] ইয়াক নেপালী ভাষাত মাহেকীয়া হিচাপে প্ৰকাশ কৰা হয়।[2][3] আলোচনীখন হংকং, মালয়েছিয়া, জাপান আৰু অষ্ট্ৰেলিয়ানেপালী প্ৰব্ৰজনকাৰী লোকলৈও প্ৰকাশ কৰা হয়।[1] উপাসনা ঘিমিৰে[4] হ'ল এই আলোচনীখনৰ সম্পাদক।‌ এই মাহেকীয়া মহিলা আলোচনীৰ প্ৰচলন হৈছে ৮৬,০০০ কপি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "Nari". Kantipur Publications. http://kmg.com.np/nari। আহৰণ কৰা হৈছে: 18 December 2019. 
  2. "Nari Magazine". Online Magazine Hub. http://www.onlinemagazineshub.net/nari/। আহৰণ কৰা হৈছে: 4 December 2016. 
  3. "Nari profile". Worldwide Advertising Network. Archived from the original on 24 January 2017. https://web.archive.org/web/20170124045026/http://www.worldwideadvertisingnetwork.com/images/Nepal/Print/Kantipur/Nari%27s_Profile.pdf। আহৰণ কৰা হৈছে: 4 December 2016. 
  4. "Kantipur Media Group". Kantipur Media Group. https://kmg.com.np/। আহৰণ কৰা হৈছে: 15 May 2024.