নিকিতা পোৰৱাল
| নিকিতা পোৰৱাল | |
|---|---|
| জন্ম | [[{{{৩}}} ]], ২০০১-১১-১৬ (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "{" বছৰ) উজ্জয়িন, মধ্য প্ৰদেশ, ভাৰত |
| শিক্ষানুষ্ঠান | বড়োদা মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয় |
| 'Beauty pageant titleholder' | |
| Title | ফেমিনা মিছ ইণ্ডিয়া বিশ্ব ২০২৪ |
| Major competition(s) |
|
নিকিতা পোৰৱাল ( ইংৰাজী : Nikita Porwal ; জন্ম: ১৬ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪ৰ মুকুট পিন্ধিছিল। নিকিতাই মিছ ৱৰ্ল্ড ২০২৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। [1][2][3][4]
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]নিকিতা পোৰৱালৰ জন্ম আৰু লালন-পালন উজ্জয়িন, মধ্য প্ৰদেশত হৈছিল। তেওঁৰ পিতৃ-মাতৃ আশোক পোৰৱাল আৰু ৰাজকুমাৰী পোৰৱাল।। নিকিতাই নিজৰ স্কুল শিক্ষা কাৰ্মেল কনভেণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, উজ্জয়িনত সম্পন্ন কৰিছিল। তাৰ পিছত তেওঁ মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয়, বড়োদাৰ পৰা থিয়েটাৰ বিশেষজ্ঞ হৈ পাৰফৰ্মিং আৰ্টছত স্নাতক ডিগ্ৰী লাভ কৰিছে। মাত্ৰ ১৮ বছৰ বয়সতে টিভি এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নিকিতাই ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিৰে ৬০ খনতকৈও অধিক নাটকত অভিনয় কৰিছে আৰু "কৃষ্ণ লীলা" শীৰ্ষক ২৫০ পৃষ্ঠাৰ নাটক ৰচনা কৰিছে। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা বৈশিষ্ট্যপূৰ্ণ ছবি চাম্বল পাৰত অগ্ৰণী ভূমিকা লাভ কৰি নিকিতাই চলচ্চিত্ৰ জগতলৈ আমোল পৰিৱৰ্তন ঘটায়। [5][6][7]
তথ্য় সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nikita Porwal crowned Femina Miss India 2024: A journey of grace" (en ভাষাত). news9live.com. https://www.news9live.com/lifestyle/fashion/madhya-pradeshs-nikita-porwal-crowned-miss-india-2024-2724828। আহৰণ কৰা হৈছে: 2024-10-16.
- ↑ "Who is Femina Miss India Madhya Pradesh 2024, Nikita Porwal? Learn now!" (en ভাষাত). femina.in. 28 August 2024. https://www.femina.in/beauty-pageants/miss-india/who-is-femina-miss-india-madhya-pradesh-2024-nikita-porwal-learn-now/articleshow/113066234.cms.
- ↑ "Femina Miss India World 2024 Is Nikita Porwal From Madhya Pradesh" (en ভাষাত). timesnownews.com. https://www.timesnownews.com/lifestyle/fashion/shows/miss-india-2024-winners-the-wait-is-finally-over-meet-your-new-60th-femina-miss-india-2024-winners-article-114292000। আহৰণ কৰা হৈছে: 2024-10-16.
- ↑ "Nikita Porwal of Madhya Pradesh wins Femina Miss India 2024!" (en ভাষাত). femina.in. 17 October 2024. https://www.femina.in/beauty-pageants/miss-india/nikita-porwal-of-madhya-pradesh-wins-femina-miss-india-2024/articleshow/151047028.cms.
- ↑ "Who is Nikita Porwal, crowned as the Femina Miss India 2024? Everything You Need to Know!" (en ভাষাত). jagranjosh.com. 17 October 2024. https://www.jagranjosh.com/general-knowledge/who-is-nikita-porwal-crowned-as-femina-miss-india-2024-1729111451-1.
- ↑ "Who is Nikita Porwal, the winner of Femina Miss India 2024 from Madhya Pradesh" (en ভাষাত). hindustantimes.com. 17 October 2024. https://www.hindustantimes.com/lifestyle/fashion/who-is-nikita-porwal-the-winner-of-femina-miss-india-2024-from-madhya-pradesh-101729131675913.html.
- ↑ "Meet Nikita Porwal, Aishwarya Rai's fan, Miss India 2024 winner" (en ভাষাত). dnaindia.com. 17 October 2024. https://www.dnaindia.com/entertainment/report-meet-nikita-porwal-aishwarya-rai-fan-miss-india-2024-winner-who-works-as-actress-3113686.