নিত্য বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

নিত্য বৰা অসমৰ এজন জ্যেষ্ঠ সাংবাদিক। তেওঁ বৰ্তমান অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদকৰূপে কৰ্মৰত।