নিহাৰ ৰঞ্জন দাস
অৱয়ব
নিহাৰ ৰঞ্জন দাস | |
|---|---|
![]() ২০২৪ চনত নিহাৰ ৰঞ্জন দাস | |
| সদস্য, অসম বিধানসভা | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২৩, নৱেম্বৰ, ২০২৪ | |
| পূৰ্বসূৰী | পৰিমল সুক্লবৈদ্য |
| সমষ্টি | ধলাই বিধান সভা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
| জীৱিকা | অধিবক্তা |
নিহাৰ ৰঞ্জন দাস এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৪ চনৰপৰা অসম বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে ধলাই বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰি জয়লাভ কৰে।[1][2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Dholai Bypoll Election Result 2024 LIVE: Nihar Ranjan Das of BJP Wins" (en ভাষাত). News18. https://www.news18.com/elections/dholai-bypoll-election-result-2024-live-leading-winner-mla-9130397.html। আহৰণ কৰা হৈছে: 23 November 2024.
- ↑ "BJP's Nihar Ranjan Das Secures Victory In Assam's Dholai Bye-Election" (en ভাষাত). guwahatiplus.com. https://m.guwahatiplus.com/article/bjps-nihar-ranjan-das-secures-victory-in-assams-dholai-bye-election/35766। আহৰণ কৰা হৈছে: 23 November 2024.
- ↑ The Hindu (23 November 2024). "NDA makes a clean sweep of bypolls in the Northeast" (en-IN ভাষাত). https://www.thehindu.com/elections/nda-makes-a-clean-sweep-of-bypolls-in-the-northeast/article68902364.ece.
