সমললৈ যাওক

নিৰ্মলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সন্ত নিৰ্মলা
জন্ম চতুৰ্দশ শতিকা
সক্ৰিয় হৈ থকা সময় চতুৰ্দশ শতিকা
দাম্পত্যসঙ্গী সন্ত বাংকা

ভাৰতমহাৰাষ্ট্ৰৰ চতুৰ্দশ শতিকাৰ এজন কবি আছিল সন্ত নিৰ্মলাচোখামেলাৰ কনিষ্ঠ ভগ্নী হিচাপে তেওঁক ভাতৃৰ সৈতে সমানে পৱিত্ৰ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে তেওঁক হিন্দু সাধু বুলিও গণ্য কৰা হৈছিল।[1] নিৰ্মলাৰ বিবাহ হৈছিল মহাৰ জাতিৰ কবি বাংকাৰ সৈতে।[2] তেওঁৰ লেখাসমূহ মূলতঃ অভংগসমূহৰদ্বাৰা গঠিত যিয়ে জাতি ব্যৱস্থাৰ ফলত তেওঁ ভুগিবলগীয়া অন্যায় আৰু বৈষম্যৰ বৰ্ণনা কৰে।[3]

নিৰ্মলাই সাংসাৰিক বিবাহিত জীৱনক লৈ অনুশোচনা কৰিছিল আৰু পান্ধৰপুৰৰ দেৱতাত নিজকে অৰ্পণ কৰিছিল। তেওঁৰ কবিতাত কেতিয়াও স্বামী বাংকাৰ কথাৰ উল্লেখ কৰা নাই।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Kher, B.G. (1979). "Maharashtra Women Saints". In Swami Ganananda; Steward-Wallace, John. Women Saints, East & West. প্ৰকাশক Hollywood, Calif.: Vedanta. পৃষ্ঠা. 61–62. ISBN 0874810361. https://archive.org/details/womensaintseastw0000unse/page/61. 
  2. Zelliot, Eleanor (2000). "Sant Sahitya and its Effect on Dalit Movements". In Kosambi, Meera. Intersections: Socio-cultural Trends in Maharashtra. প্ৰকাশক New Delhi: Orient Longman. পৃষ্ঠা. 190. ISBN 8125018786. 
  3. Ghokale-Turner, Jayashree B. (1981). "Bakhti or Vidroha: Continuity and Change in Dalit Sahitya". In Lele, Jayant. Tradition and modernity in Bhakti movements. প্ৰকাশক Leiden: Brill. পৃষ্ঠা. 29. ISBN 9004063706. 
  4. Zelliot, Eleanor (2008). "Chokhamela, His Family and the Marathi Tradition". In Aktor, Mikael; Deliège, Robert. From Stigma to Assertion: Untouchability, Identity and Politics in Early and Modern India. প্ৰকাশক Copenhagen: Museum Tusculanum Press. পৃষ্ঠা. 76–86. ISBN 978-8763507752.