নিৱেদিতা সম্ভাজীৰাও মানে
নিৱেদিতা সম্ভাজীৰাও মানে | |
---|---|
निवेदिता माने | |
সাংসদ | |
কাৰ্যকাল (১৯৯৯-২০০৪),(২০০৪- – ২০০৯ | |
পূৰ্বসূৰী | কাল্লাপ্পা আৱাড়ে |
উত্তৰসূৰী | ৰাজু শেট্টী |
সমষ্টি | হাটকানাগলে |
ব্যক্তিগত তথ্য | |
জন্ম | ১১ এপ্ৰিল, ১৯৬৩ (৬২ বছৰ) কোলহাপুৰ, মহাৰাষ্ট্ৰ |
ৰাষ্ট্ৰীয়তা | ![]() |
ৰাজনৈতিক দল | শিৱসেনা (১৯৬৬–২০২২)(১৯৯৯ চনৰ আগতে, আৰু ২০১৮-বৰ্তমান) |
আন ৰাজনৈতিক সম্পৰ্ক |
ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, |
দাম্পত্যসঙ্গী | প্ৰয়াত সম্ভাজীৰাও ৰাজাৰাম মানে |
সন্তান | দুগৰাকী পুত্ৰ |
বাসস্থান | কোলহাপুৰ |
১৬ ছেপ্তেম্বৰ, ২০০৬-ৰ তথ্য উৎস: [1] |
নিৱেদিতা সম্ভাজীৰাও মানে (ইংৰাজী: Nivedita Sambhajirao Mane, জন্ম ১১ এপ্ৰিল ১৯৬৩) ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি আৰু শিৱসেনাৰ সৈতে জড়িত এগৰাকী ৰাজনীতিবিদ। তেওঁ ১৪ নং লোকসভাৰ সদস্য আছিল। ১৯৯৯ আৰু ২০০৪ চনত তেওঁ ৰাষ্ট্ৰীবাদী কংগ্ৰেছ পাৰ্টিৰ সদস্য হিচাপে দুটা কাৰ্যকালৰ বাবে হাটকানাংগেলে সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ২০০৯ চনৰ নিৰ্বাচনত হাটকানাংগলত তেওঁ ৰাজু শ্বেট্টীৰ হাতত পৰাস্ত হৈছিল।
২০১৭ চনৰ ১০ জানুৱাৰীত বিমুদ্ৰাকৰণৰ প্ৰভাৱৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল৷ সেইসময়ত এন চি পিৰ সাংসদ ধনঞ্জয় মহাদিক, এন চি পিৰ বিধায়ক হাছান মুছৰিফ, কলহাপুৰৰ মেয়ৰ হাছিনা ফাৰাছ, আৰু আন ৪০০ লোকক পুনে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়।[1]
তেওঁৰ পুত্ৰ ধৈৰ্যশীল সম্ভা মানে ২০১৯ চনত হাটকানাংগলৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।
পদাধিকাৰসমূস
[সম্পাদনা কৰক]১. ১৯৯৯: ইচালকাৰঞ্জীৰ পৰা ত্ৰয়োদশ লোকসভালৈ (১ম কাৰ্যকাল) নিৰ্বাচিত হয়। ২. ২০০৪: চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল)[2] ৩. ২০১৫: কলহাপুৰ জিলা কেন্দ্ৰীয় সমবায় বেংকৰ সঞ্চালক হিচাপে নিৰ্বাচিতk [3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kolhapur MP, MLA, mayor & others booked – Times of India". http://timesofindia.indiatimes.com/city/kolhapur/rev/ak-city-mp-mla-mayor-others-booked/articleshow/56461854.cms। আহৰণ কৰা হৈছে: 22 February 2018.
- ↑ "Ichalkaranji Lok Sabha Constituency Members". https://www.mapsofindia.com/parliamentaryconstituencies/maharashtra/ichalkaranji.htm.
- ↑ "Kolhapur DCC bank board of directors". http://kdccbank.com/board-of-directors.