নীতি আয়োগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


নীতি আয়োগ
সংস্থাৰ ৰূপৰেখা
গঠন জানুৱাৰী 1, 2015; 4 years ago (2015-01-01)
পূৰ্বৱৰ্তী সংস্থা Planning Commission
ক্ষেত্ৰাধিকাৰ Government of India
মুখ্য কাৰ্যালয় New Delhi
Agency executives Narendra Modi, Chairman
Rajiv Kumar, Vice Chairman
Bibek Debroy, Member
V. K. Saraswat, Member
Ramesh Chand, Member
Vinod Paul, Member
Amitabh Kant, CEO
Dinesh Arora, Director
পিতৃ সংস্থা Government Of India
ৱেবছাইট www.niti.gov.in

ৰাষ্টীয় আয়োগ সংস্থা, ভাৰত, চমুকৈ নীতি আয়োগ (National Institution for Transforming India) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা। ভাৰতবৰ্ষৰ আৰ্থিক যোজনা সমুহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যিক আয়ৰ বাবে কৰিব লগিয়া চিন্তা-চৰ্চাৰ বাবে এই আয়োগৰ গঠন কৰা হৈছে। নীতি আয়োগৰ অধ্যক্ষ্যতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি ডঙৰীয়াই নিজে সম্বোধন কৰে। ১ জানুৱাৰি ২০১৫ ত নীতি আয়োগৰ স্থাপনা হয় আৰু ৮ ফেব্ৰুৱাৰিত প্ৰথমখন বৈঠক অনুস্থিত হয়। নীতি আয়োগৰ যোজনা সমুহ আয়োগৰ অধিকাৰি সকলে সাৰ্বজনীক ভাবে প্ৰকাশ কৰে।

সদস্য[সম্পাদনা কৰক]

  1. অধ্যক্ষ হিচাপে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী
  2. ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী
  3. কেন্দ্ৰীয় শাষিত অঞ্চলৰ লেফটেনেন্ট গৰ্বনৰ।
  4. বিশেষজ্ঞ আৰু অৰ্থনীতি ৰ বিষেশ অধ্যয়ন থকা প্ৰতিষ্ঠিত লোকক বিশেষ ভাবে প্ৰধানমন্ত্ৰীৰ দাৰা নিৰ্বাচিত ব্যক্তি।

পুৰ্নকালিন সদষ্য[সম্পাদনা কৰক]

  1. অমিতভ কান্ত ( মুখ্য কৰ্যকৰি বিষয়া)
  2. অৰবিন্দ পানগাৰিয়া ( উপাধক্ষ্য )
  3. বিবেক দেবৰয় ( অৰ্থনৈতিক )
  4. বি কে চৰাৱত ( প্ৰাক্তন অধিকাৰি ৰক্ষা বিষেশজ্ঞ আৰু বিকাষ সংগঠন )
  5. অধ্যাপক ৰমেশ চন্দ ( কৃষি বিষেশজ্ঞ )
  6. প্ৰধামন্ত্ৰীৰ দাৰা নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ চাৰি জনীয়া সদস্য।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]