নীলম সোণকাৰ
নীলম সোণকাৰ | |
---|---|
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ২০১৪ – ২০১৯ | |
পূৰ্বসূৰী | বালি ৰাম |
উত্তৰসূৰী | সংগীতা আজাদ |
সমষ্টি | লালগঞ্জ |
ব্যক্তিগত তথ্য | |
জন্ম | ১১ ফেব্ৰুৱাৰী, ১৯৭৩ (৫২ বছৰ) গোৰখপুৰ, উত্তৰপ্ৰদেশ |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | ৰাজেন্দ্ৰ প্ৰসাদ (বি. ১৯৯৩) |
সন্তান | ১ পুত্ৰ, ১গৰাকী কন্যা |
মাতৃ | ভাগ্যৱানী দেৱী |
পিতৃ | ৰামচন্দ্ৰ |
শিক্ষা | স্নাতকোত্তৰ |
শিক্ষানুষ্ঠান | গোৰখপুৰ বিশ্ববিদ্যালয় |
জীৱিকা | ৰাজনীতিক |
নীলম সোণকাৰ (ইংৰাজী: Neelam Sonkar; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ।
তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি৷ দলটোৰ প্ৰাৰ্থী হিচাপে ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ লালগঞ্জ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ১৬ নং লোকসভাত প্ৰৱেশ কৰে৷
নীলম সোণকাৰে ১৯৯৮ চনত গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ (এম.এ) লাভ কৰে৷[1]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৭৩ চনৰ ১১ ফেব্ৰুৱাৰীত পিতৃ ৰামচন্দ্ৰ আৰু মাতৃ ভাগ্যৱাণী দেৱীৰ ঘৰত নীলম সোণকাৰে জন্মগ্ৰহণ কৰিছিল। তেওঁ উত্তৰ প্ৰদেশৰ গোৰখপুৰত জন্মগ্ৰহণ কৰিছিল। নীলম সোণকাৰে গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা কলা স্নাতকোত্তৰ (এম এ) সম্পূৰ্ণ কৰিছে।
পদাধিকাৰসমূহ
[সম্পাদনা কৰক]মে', ২০১৪ : ১৬ নং লোকসভালৈ নিৰ্বাচিত
১ ছেপ্টেম্বৰ ২০১৪ চনৰ পৰা: সদস্য, সামাজিক ন্যায় আৰু সৱলীকৰণৰ স্থায়ী সমিতি।[2]
এপ্ৰিল,২০১৬ চনৰ পৰা: ষ্টেণ্ড আপ ইণ্ডিয়া কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালনা সমিতিৰ সদস্য।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Neelam Sonkar". MyNeta.info. http://myneta.info/ls2009/candidate.php?candidate_id=1309। আহৰণ কৰা হৈছে: 16 October 2015.
- ↑ 2.0 2.1 "Neelam Sonkar". Government of India. http://india.gov.in/my-government/indian-parliament/neelam-sonker। আহৰণ কৰা হৈছে: 16 October 2015.