সমললৈ যাওক

কমতাৰ নীলাধ্বজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নীলাধ্বজৰ পৰা পুনঃনিৰ্দেশিত)
নীলাধ্বজ
ৰজা

ৰাজত্ব ১৪৪০–১৪৬০
পূৰ্বসূৰী জোঙাল বলহু
উত্তৰাধিকাৰী চক্ৰধ্বজ

নীলাধ্বজ (১৪৪০–১৪৬০ চনত ৰাজত্ব কৰিছিল) কামতা ৰাজ্যৰ এজন ৰজা আৰু খেন্‌ বংশৰ প্ৰতিষ্ঠাপক আছিল।[1] তেওঁ কামতাপুৰ চহৰৰ পৰা (বৰ্তমান গোসাঁনিমাৰী বুলি কোৱা হয়) ৰাজত্ব কৰিছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ চক্ৰধ্বজে ৰাজত্ব কৰিছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sharma, Deba Brat (1995). Changing Cultural Mosaic of a Village in Assam. প্ৰকাশক Camrup: Punthi-Pusta. পৃষ্ঠা. 14. 
  2. Prakash, Ved (2007). Encyclopaedia of North-East India, Volume 1. প্ৰকাশক New Delhi: Atlantic Publishers. পৃষ্ঠা. 138.