নীলা কাদ্ৰী বালোছ
নীলা কাদ্ৰী বালোছ (ইংৰাজী: Naela Quadri Baloch (জন্ম: ১৮ জুলাই, ১৯৬৫ চনত কুৱেটা, বেলুচিস্তান, পাকিস্তান) এগৰাকী বেলুচ ৰাজনীতিবিদ, নাৰী অধিকাৰৰ কৰ্মী, লেখিকা, কবি আৰু বেলুচ কাউম পৰস্তাৰ অধিকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বক্তৃতা প্ৰদান কৰা মহিলা।
নীলা বালোছ কাউম পৰষ্টছ ৰাইটছৰ এজন সুপৰিচিত অধিবক্তা আৰু কৰ্মী চৈয়দ আহমেদ কোৱাদ্ৰীৰ কন্যা। তেওঁৰ মাতৃ বিবি গুল জাৰিনা আছিল এগৰাকী নাৰীবাদী, আৰু বেলুচিস্তানৰ প্ৰথমটো খিলঞ্জীয়া এন জি অ’ৰ প্ৰতিষ্ঠাপক। তেওঁ কানাডাৰ নাগৰিক।
নায়েলা বিবাহিত আৰু তিনি পুত্ৰ সন্তানৰ মাতৃ। এজন মাজদাক দিলছাদ বালোচ কানাডাত নিৰ্বাসিত হৈ থাকে,[1] যদিও পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় ভিছা লাভ কৰিছে।
আগ্ৰাত প্ৰথমখন আলোচনা চক্ৰৰ আয়োজন কৰা ভাৰতৰ হিন্দ-বালোচ মঞ্চৰ তেওঁ প্ৰতিষ্ঠাপক সদস্য। পাকিস্তানে দাখিল কৰা শক্তিশালী প্ৰমাণৰ পিছত ভাৰতে তেওঁৰ ভিছা নাকচ কৰে।[2] শেহতীয়াকৈ তেওঁ ভাৰতৰ কেৰালাত ছাত্ৰ কৰ্মী ৰিনশাদ ৰীৰাক মুকলি কৰি দিয়াৰ দাবীত মানৱ অধিকাৰৰ যৌথ বিবৃতিত স্বাক্ষৰ কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kashmir India's integral part, world should follow Narendra Modi on Balochistan: Mazdak Dilshad Baloch – The Economic Times". Archived from the original on October 13, 2016. https://web.archive.org/web/20161013034422/http://economictimes.indiatimes.com/news/politics-and-nation/kashmir-indias-integral-part-world-should-follow-narendra-modi-on-balochistan-mazdak-dilshad-baloch/articleshow/53807336.cms। আহৰণ কৰা হৈছে: October 13, 2016.
- ↑ Bhattacherjee, Kallol (October 3, 2016). "No visa for Baloch leader Naela Quadri". The Hindu. https://www.thehindu.com/news/national/No-visa-for-Baloch-leader-Naela-Quadri/article15422374.ece.
- ↑ "Joint Statement for the release of Students" (en-US ভাষাত). Keyboard journal. https://keyboardjournal.com/joint-statement-of-human-rights-activists-demand-withdrawal-of-sedition-charged-on-students-of-malappuram-government-college-over-a-poster-they-pasted-regarding-kashmirs-freedom/.