সমললৈ যাওক

নূৰ জাহান (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নূৰ জাহান

পোষ্টাৰ
পৰিচালক এম ছাদিক
প্ৰযোজক শ্বেখ মুখতাৰ
অভিনয়ত মীনা কুমাৰ
প্ৰদীপ কুমাৰ
চিত্ৰগ্ৰহণকাৰী ভি অবধুত
সম্পাদনা ৱামান ৰাও
সংগীত পৰিচালক ৰোছন
মুক্তি
১৯৬৭ (1967)
দৈৰ্ঘ্য
১০ মিনিট
ভাষা হিন্দুস্তানী

নূৰ জাহান ১৯৬৭ চনৰ শ্বেখ মুখতাৰৰ প্ৰযোজনা আৰু মহম্মদ ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন বলীউড ছবি।

ইয়াত মীনা কুমাৰী, প্ৰদীপ কুমাৰ, হেলেন আৰু ললিতা পাৱাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত মোগল সম্ৰাট জাহাংগীৰৰ বিংশতম আৰু শেষ পত্নী নূৰজাহানৰ জীৱনৰ কাল্পনিক চিত্ৰণ।

ৰোশন আছিল সংগীত পৰিচালক। আটাইকেইটা গীতৰ কথা লিখিছে শকীল বদায়ুনীয়ে।[1][2] ছবিখনৰ হিট গীতসমূহৰ ভিতৰত মহম্মদ ৰফি আৰু আশা ভোছলেৰ গোৱা "আপ জবছে কৰিব আয়ে হ্যায়" আৰু সুমন কল্যাণপুৰে গোৱা "শৰাবী শৰাবী" অন্যতম।[3]

  • ১৯৬৮ – শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ ১৫তম ফিল্মফেয়াৰ বঁটা - এ এ মজিদ [4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Noor Jehan (1967 film)". Upperstall.com website. http://www.upperstall.com/films/1967/noor-jehan আহৰণ কৰা হৈছে: 6 May 2024.
  2. "Noor Jehan (1968) - film songs". Hindigeetamala website. http://www.hindigeetmala.net/movie/noor_jehan.htm আহৰণ কৰা হৈছে: 2024-05-06.
  3. "Noor Jehan (film) - cast and crew". Indian Cinema Heritage Foundation (Cinemaazi.com) website. Archived from the original on 11 December 2023. https://web.archive.org/web/20231211040921/https://www.cinemaazi.com/film/noor-jehan আহৰণ কৰা হৈছে: 6 May 2024.
  4. "Filmfare Awards Winners List - scroll down to year 1968 (page 28 of 125)". Googlepages.com website. http://deep750.googlepages.com/FilmfareAwards.pdf আহৰণ কৰা হৈছে: 6 May 2024.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]