নেপালী লোককথা (গ্ৰন্থ)
অৱয়ব
| নেপালী লোককথা (গ্ৰন্থ) | |
|---|---|
| লেখক | তুলসী দিৱাছা |
| শিৰোনাম | नेपाली लोककथा |
| প্ৰচ্ছদ শিল্পী | শচীন য়গেল শ্ৰেষ্ঠ |
| দেশ | নেপাল |
| ভাষা | নেপালী |
| বিষয় | নেপালী লোক-সাধু |
| প্ৰকাৰ | লোককথা |
| প্ৰকাশক | নেপালী ৰাজকীয় প্ৰজ্ঞা প্ৰতিস্থান |
| প্ৰকাশ | ১৯৭৪/১৯৭৫ |
| মিডিয়া প্ৰকাৰ | ছপা |
| পৃষ্ঠা সংখ্যা | ৬০০ |
| আই.এচ.বি.এন. | 9789937935173 |
নেপালী লোককথা (নেপালী: नेपाली लोककथा) তুলসী দিৱাছাৰ দ্বাৰা ৰচিত নেপালী ভাষাৰ লোককথাৰ সংকলন। এই গ্ৰন্থখন ২০৩১ বিক্ৰম সংবতত (১৯৭৪ -১৯৭৫ খ্ৰীষ্টাব্দ) নেপালী ৰাজকীয় প্ৰজ্ঞা প্ৰতিস্থানে প্ৰকাশ কৰে।[1] গ্ৰন্থখনত সমগ্ৰ নেপালৰ বিভিন্ন অঞ্চল আৰু ভাষাৰ লোককথাৰে ভৰপূৰ।
নেপালৰ বিভিন্ন বিশ্ববিদ্যালয়ত এই গ্ৰন্থখন লোককথাৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছে।[2][3]
পৃষ্ঠভূমি
[সম্পাদনা কৰক]গ্ৰন্থখন ২০৩১ বিক্ৰম সংবতত নেপাল একাডেমীয়ে প্ৰথম প্ৰকাশ কৰিছিল। পিছলৈ ইয়াক অতিৰিক্ত গল্প সংযোজনৰ সৈতে ২০২১ চনৰ ১৭ ফেব্ৰুৱাৰীত বুক হিল পাব্লিকেচনে প্ৰকাশ কৰে।[4][5] এই গ্ৰন্থখনত নেপালৰ বিভিন্ন অঞ্চল, ভাষা, জাতি, সংস্কৃতিৰ পৰা সংগ্ৰহ কৰা ১২২ টা লোককথা সন্নিবিষ্ট কৰা হৈছে। নেপালৰ পঞ্চায়তী শাসনৰ সময়ত সংকলিত এই গ্ৰন্থখন সম্পূৰ্ণ হ'বলৈ এক দশকৰো অধিক সময় লাগিছিল।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "तुलसी दिवसको 'नेपाली लोककथा' बजारमा". तुलसी दिवसको ‘नेपाली लोककथा’ बजारमा. https://shilapatra.com/detail/51720/। আহৰণ কৰা হৈছে: 2021-11-12.
- ↑ nepalmamila.com; संवाददाता, नेपालमामिला (2021-02-17). "'Nepali Lokkatha' by Tulasi Diwasa in the market" (en ভাষাত). Nepal Mamila. https://nepalmamila.com/english/10765/। আহৰণ কৰা হৈছে: 2021-11-12.
- ↑ "'Nepali Lokkatha' by Tulasi Diwasa in the Market" (en-US ভাষাত). The Gorkha Times. 2021-02-18. https://thegorkhatimes.com/2021/02/18/nepali-lokkatha-by-tulasi-diwasa-in-the-market/। আহৰণ কৰা হৈছে: 2021-11-12.
- ↑ "तुलसी दिवसको 'नेपाली लोककथा' पुनः प्रकाशित" (en-US ভাষাত). Makalukhabar.com. 2021-02-18. https://www.makalukhabar.com/2021/02/99977058123/। আহৰণ কৰা হৈছে: 2021-11-12.
- ↑ "तुलसी दिवसको 'नेपाली लोककथा' बजारमा" (ne ভাষাত). ekantipur.com. https://ekantipur.com/literature/2021/02/18/161363426065084231.html। আহৰণ কৰা হৈছে: 2021-11-12.
- ↑ "ऐतिहासिक महत्त्वको 'नेपाली लोककथा' पुनः प्रकाशित" (en-US ভাষাত). Online Khabar. https://www.onlinekhabar.com/2021/02/931950। আহৰণ কৰা হৈছে: 2021-11-12.