নেমেৰ্টেছ (শ্ৰুতিকথা)
অৱয়ব
| নেমেৰ্টেছ | |
|---|---|
| নেৰেইডছ-ৰ সদস্য | |
| নিবাস | সাগৰ |
| পিতৃ-মাতৃ | নেৰিয়াছ আৰু ড'ৰিছ |
| সহোদৰ | সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল |
নেমেৰ্টেছ (প্ৰাচীন গ্ৰীক: Νημερτής, ইংৰাজী: Nemertes; আক্ষৰিক অৰ্থ: 'অবিচলিত′, ′সত্যবাদী' বা 'দাতা')[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷[1] তেওঁৰ ভগ্নী এপ্চেউডেছৰ দৰেই তেওঁলোকৰ পিতৃৰ সঁচা কথা কোৱা দেৱতাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে তেওঁ লাভ কৰিছিল।[2] নিমেৰ্টিছ আন এগৰাকী নেৰেইড নিওমেৰিছ একেগৰাকীয়েই বুলি অনুমান কৰা হয়।[3]
কিংবদন্তি
[সম্পাদনা কৰক]নেমেৰ্টেছ গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[4][5][1] হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত নেমেৰ্টেছো আছিল।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9.
- ↑ Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 66. https://archive.org/details/godsofgreeks0000unse.
- ↑ Apollodorus, 1.2.7
- ↑ Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
- ↑ Homer, Iliad 18.39