সমললৈ যাওক

নেহাল চুদাসামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেহাল চুদাছামা

২০১৮ চনত চুদাছামা।
জন্ম নেহাল চুদাছামা
২২ আগষ্ট, ১৯৯৬ (২৯ বছৰ)
মুম্বাই, ভাৰত
শিক্ষা ছেইণ্ট ৰকছ স্কুল,[1] ঠাকুৰ বিজ্ঞান আৰু বাণিজ্য মহাবিদ্যালয়
শিক্ষানুষ্ঠান ঠাকুৰ বিজ্ঞান আৰু বাণিজ্য মহাবিদ্যালয়[1]
পেচা মডেল, টিভি হোষ্ট
'Beauty pageant titleholder'
Title মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১৮
Hair color ক'লা
Eye color মটিয়া
Major
competition(s)
* মিছ ডিভা - ২০১৮
(বিজয়ী - মিছ ডিভা ইউনিভাৰ্ছ ২০১৮)

নেহাল চুদাছামা (ইংৰাজী: Nehal Chudasama; জন্ম ২২ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় মডেল, ফিটনেছ কনচালটেণ্ট আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ এগৰাকী ই.এম.চি. হিচাপেও কাম কৰে।[2] তেওঁ ২০১৮ চনৰ মিছ ডিভা ইউনিভাৰ্ছৰ মুকুট পিন্ধা নেহালে ২০১৮ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[3]

পেজেণ্ট্ৰী

[সম্পাদনা কৰক]

২০১৮ চনত তেওঁ ফেমিনা মিছ গুজৰাট খিতাপৰ বাবে অডিচন দিছিল, য’ত তেওঁ শীৰ্ষ ৩ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত অন্যতম আছিল।[4] পিছলৈ সেই বছৰতে মিছ ডিভা - ২০১৮ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ ডিভা ইউনিভাৰ্ছ ২০১৮ খিতাপ অৰ্জন কৰে। বিদায়ী উপাধিধাৰী শ্ৰদ্ধা শশীধৰে তেওঁক মুকুট পিন্ধাইছিল।[5] ইয়াৰ উপৰিও ‘মিছ বডি বিউটিফুল’ আৰু ‘মিছ মাল্টিমিডিয়া’ উপশিৰোনামা লাভ কৰে। নেহালে থাইলেণ্ডৰ বেংককত ১৭ ডিচেম্বৰ ২০১৮-ত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৮ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল যদিও শীৰ্ষ ২০-ত স্থান লাভ কৰা নাছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Miss Universe 2018: Mumbai girl Nehal Chudasama to represent India". Zee News. 1 September 2018. http://zeenews.india.com/fashion/miss-universe-2018-mumbai-girl-nehal-chudasama-to-represent-india-2137770.html/amp. 
  2. "Nehal Chudasama's weight loss journey is mind-blowing.". 6 September 2018. https://m.mid-day.com/photos/nehal-chudasama-miss-diva-2018s-weight-loss-journey-is-mind-blowing/23663. 
  3. "Mumbai's Nehal Chudasama is Yamaha Fascino Miss Diva Universe 2018". Times of India. 1 September 2018. https://timesofindia.indiatimes.com/entertainment/events/mumbai/mumbais-nehal-chudasama-is-yamaha-fascino-miss-diva-universe-2018/articleshow/65630024.cms. 
  4. "Femina Miss India 2018: Gujarat Auditions". Indiatimes. 13 May 2018. https://m.beautypageants.in/miss-india/miss-india-2018-gujarat-auditions/eventshow/63772203.cms. 
  5. Miss Universe 2018: Nehal Chudasama to represent India, 1 September 2018, https://m.hindustantimes.com/lifestyle/mumbai-girl-nehal-chudasama-wins-miss-diva-universe-to-represent-india-at-miss-universe-2018/story-uP02lqO90OllRnOq5cNleP.html [সংযোগবিহীন উৎস]