সমললৈ যাওক

নেহা শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেহা শৰ্মা

২০২৩ চনত শৰ্মা
জন্ম ২১ নৱেম্বৰ, ১৯৮৭ (৩৭ বছৰ)
ভাগলপুৰ, বিহাৰ, ভাৰত
শিক্ষানুষ্ঠান নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকনʼলজি, নতুন দিল্লী
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৭–বৰ্তমান
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ[1]
পিতৃ-মাতৃ অজিত শৰ্মা (পিতৃ)
আত্মীয়-স্বজন আয়েশা শৰ্মা (ভগ্নী)


নেহা শৰ্মা (ইংৰাজী: Neha Sharma; জন্ম: ২১ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ব্যৱসায়ী মহিলা।[2]

শৰ্মাই য়ামলা পাগলা দীৱানা ২ (২০১৩), চʼলʼ (২০১৭) আৰু তান্থাজী (২০২০)কে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২০ চনত ইল্লিগেল নামৰ ধাৰাবাহিকত অভিনয়েৰে ৱেবত আত্মপ্ৰকাশ কৰিছিল। তেওঁ কৃতি আৰু বিকল্প নামৰ দুখন চুটি চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৭ চনৰ ২১ নৱেম্বৰ তাৰিখে[3] বিহাৰৰ এটি হিন্দু পৰিয়ালত নেহা শৰ্মাই জন্মগ্ৰহণ কৰিছিল। ভাগলপুৰৰ মাউণ্ট কাৰ্মেল স্কুলত স্কুলীয়া শিক্ষা সাং কৰি তেওঁ নতুন দিল্লী[4] নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NIFT)ৰ পৰা ফেশ্বন ডিজাইনৰ শিক্ষা গ্ৰহণ কৰে।[5] তেওঁ কৈছিল যে সৰুতে তেওঁ হাঁপানি ৰোগত আক্ৰান্ত হৈছিল আৰু শাৰীৰিকভাৱে সদায় অসুস্থ আৰু দুৰ্বল আছিল। লগতে তেওঁ জনায় যে হাইদৰাবাদৰ পৰিয়াল এটিৰ আশীৰ্বাদত তেওঁৰ হাঁপানি ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁৰ ব্যক্তিগত চখসমূহ হ’ল ৰন্ধা-বঢ়া, গান শুনা, কিতাপ পঢ়া, নৃত্য কৰা আদি।[7] শৰ্মাই ভাৰতীয় শাস্ত্ৰীয় নৃত্য, কথকৰো প্ৰশিক্ষণ লৈছে। ইয়াৰ উপৰিও তেওঁ লণ্ডনৰ পাইনেপল ডান্স ষ্টুডিঅ’ৰ পৰা ষ্ট্ৰীট হিপ হপ, লেটিন ডান্সিং-চালছা, মেৰেংগু, জিভ, আৰু জেজ আদিও শিকিছে।[6] ইংৰাজ মডেল কেট মছক তেওঁ নিজৰ ষ্টাইল অনুপ্ৰেৰণা হিচাপে গণ্য কৰে। শৰ্মাৰ নিজাকৈ পোছাকৰ লেবেল/ব্ৰেণ্ড মুকলি কৰাৰ আকাংক্ষাও আছে।[8]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
Films that have not yet been released এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম চৰিত্ৰ ভাষা টোকা তথ্যসূত্ৰ
২০০৭ চিৰুথা সঞ্জনা তেলেগু [9]
২০০৯ কুৰ্ৰাদু হেমা তেলেগু [10]
২০১০ ক্ৰুক সুহানী হিন্দী [11]
২০১২ তেৰী মেৰী কাহিনী মীৰা হিন্দী কেমিঅʼ উপস্থিতি [12][13]
ক্যা চুপাৰ কুল হে হাম চিম্ৰণ সিংঘানিয়া হিন্দী [14]
২০১৩ জয়ন্তভাই কি লাভ ষ্টʼৰী চিম্ৰণ দেশাই হিন্দী [15]
য়ামলা পাগলা দিৱানা ২ সুমন খান্না হিন্দী [16]
২০১৪ ইয়ংগিস্তান অন্বিতা চৌহান হিন্দী [17]
২০১৬ কৃতি কৃতি হিন্দী চুটি চলচ্চিত্ৰ [18]
হিউৱেন-চাং কুমাৰী মাণ্ডাৰিন [19]
তুম বিন ২ তৰণ হিন্দী [20]
২০১৭ মুবাৰকাঁ অধিবক্তা নাফিছা কুৰেছি হিন্দী [21]
চʼলʼ অক্ষৰা মালয়ালম [22]
ভামা তামিল
২০২০ তান্থাজী কমলা দেৱী হিন্দী [23]
ইক সান্ধু হুন্দা চি চিম্ৰণ পঞ্জাবী [24]
২০২১ বিকল্প শিৱানী হিন্দী চুটি চলচ্চিত্ৰ [25]
আফাত-ই-ইশ্ক লাল্লো হিন্দী [26]
২০২৩ জোগিৰা চাৰা ৰা ৰা ডিম্পল চৌবে হিন্দী [27]
হাই নান্না মডেল তেলেগু কেমিঅʼ উপস্থিতি [উদ্ধৃতিৰ প্ৰয়োজন]
২০২৪ বেড নিউজ চেজল হিন্দী কেমিঅʼ উপস্থিতি [28]
২০২৫ দে দে প্যাৰ দে ২ Not yet released হিন্দী

ৱেব ধাৰাবাহিক

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম চৰিত্ৰ টোকা তথ্যসূত্ৰ
২০২০–২০২৪ ইল্লিগেল অধিবক্তা নীহাৰিকা সিং [29]
২০২২ শ্বাইনিং উইথ দ্য শৰ্মাছ নিজেই [30][31]
২০২৪ থাৰ্টি চিক্স ডেইজ ফাৰাহ জাইদি / সুহানা মোহন [32]

সংগীত ভিডিঅʼ

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম কণ্ঠশিল্পী(সকল) তথ্যসূত্ৰ
২০১৯ ধীমে ধীমে টনি কক্কৰ [33]
২০২০ গালিব বি প্ৰাক [34]
দিল কো কৰাৰ আয়া ইয়াছেৰ দেশাই, নেহা কক্কৰ [35]
লেম্বো কাৰ গুৰি [36]
২০২১ থোড়া থোড়া প্যাৰ ষ্টেবিন বেন [37]
২০২২ পেহলী পেহলী বাৰিশ ইয়াছেৰ দেশাই [38]
২০২৪ তু হে দৰ্শন ৰাৱল, প্ৰকৃতি গিৰি [39]
মুক্কে পায়ে চি বি প্ৰাক [40]

সংবাদ মাধ্যমত

[সম্পাদনা কৰক]
২০১৩ চনৰ এক অনুষ্ঠানত শৰ্মা

শৰ্মাই বহুবাৰ টাইমছ অফ ইণ্ডিয়াৰ ৫০ গৰাকী সৰ্বাধিক আকাঙ্ক্ষিত মহিলাৰ তালিকাত স্থান পাইছে। তেওঁ ২০১০ চনত ৩১তম,[41] ২০১১ চনত ২৬তম,[42] ২০১২ চনত ১৫শ,[43] ২০১৩ চনত ১৩শ,[44] ২০১৪ চনত ১৭শ,[45] ২০১৫ চনত ৩২তম,[46] ২০১৬ চনত ৩৩তম,[47] ২০১৭ চনত ৩৬তম,[48] ২০১৮ আৰু ২০১৯ চনত ৪৪তম[49][50] আৰু ২০২০ সালে ৩২তম স্থান পাইছিল।[51] তেওঁ এফএইচএমৰ বিশ্বৰ ১০০ গৰাকী চেক্সিয়েষ্ট মহিলাৰ তালিকাতো অন্তৰ্ভুক্ত হৈছিল, যʼত তেওঁ ২০১৪ চনত ৭ম স্থান অৰ্জন কৰিছিল।[52]

উদ্যমিতা

[সম্পাদনা কৰক]

২০২০ চনত, নেহা এইচ ধামি, বাম্বি বেইন্স, জুগি ডি আৰু ব্লু ব্লাডৰ সৈতে একেলগে আই পি এল ছকাৰ দল বাৰ্মিংহাম চেলেঞ্জাৰ্ছৰ সহ-গৰাকী হয়।[53]

২০২৪ চনত, নেহাই কৰণ আৰ চাওলা, অঙ্গদ সিং আৰু অক্ষয় শোকিনৰ সৈতে কল মি টেন নামৰ এখন নতুন জাপানী ৰেষ্টুৰেণ্টৰ সহ-প্ৰতিষ্ঠা কৰি আতিথ্য খণ্ডত খোজ দিয়ে। দিল্লীৰ বসন্ত বিহাৰ জিলাত অৱস্থিত এই ৰেষ্টুৰেণ্টখন ২০২৪ চনৰ ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়।[54]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]

এপ্পলচ্ এণ্টাৰটেইনমেণ্ট স্ক্ৰিনএক্সএক্স বঁটা

[সম্পাদনা কৰক]
বৰ্ষ ধাৰাবাহিক শিতান ফলাফল তথ্যসূত্ৰ
২০২৪ থাৰ্টি চিক্স ডেইজ শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী [55]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Actor Neha Sharma holds roadshow in support of father in Bihar's Bhagalpur". India Today. 2024-04-26. https://www.indiatoday.in/elections/lok-sabha/story/neha-sharma-roadshow-bihar-bhagalpur-congress-candidate-father-lok-sabha-polls-2531835-2024-04-26। আহৰণ কৰা হৈছে: 2024-07-02. 
  2. "Pictures of the charming Bollywood actress Neha Sharma". The Times of India. 31 August 2018. https://photogallery.indiatimes.com/celebs/bollywood/neha-sharma-photos/articleshow/65352958.cms। আহৰণ কৰা হৈছে: 23 June 2019. 
  3. "Topic Neha Sharma". India Today. https://www.indiatoday.in/topic/neha-sharma। আহৰণ কৰা হৈছে: 14 November 2024. 
  4. Kashyap, Pooja (2 October 2010). "'Serial kisser' arrives in city to promote crook". The Times of India. https://timesofindia.indiatimes.com/city/patna/Serial-kisser-arrives-in-city-to-promote-crook-/articleshow/6674118.cms?referral=PM। আহৰণ কৰা হৈছে: 27 January 2019. 
  5. "Neha Sharma Albums". FreeImagesGallery.com. 9 September 2012. Archived from the original on 16 September 2012. https://web.archive.org/web/20120916214043/http://www.freeimagesgallery.com/neha-sharma-images। আহৰণ কৰা হৈছে: 9 September 2012. 
  6. 6.0 6.1 Gupta, Priya (21 May 2013). "Acting and looks don't help, only box office does: Neha Sharma". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Acting-and-looks-dont-help-only-box-office-does-Neha-Sharma/articleshow/20150341.cms। আহৰণ কৰা হৈছে: 16 February 2019. 
  7. Calcutta Tube Team (5 October 2010). "Crook- It's Good To Be Bad Hindi Film Actress Neha Sharma Interview". Calcutta Tube. http://calcuttatube.com/crook-its-good-to-be-bad-hindi-film-actress-neha-sharma-interview/123823/। আহৰণ কৰা হৈছে: 13 July 2012. 
  8. Sinha, Seema (5 May 2011). "Neha Sharma reveals her beauty secrets". The Times of India. https://timesofindia.indiatimes.com/life-style/beauty/Neha-Sharma-reveals-her-beauty-secrets/articleshow/8167419.cms?referral=PM। আহৰণ কৰা হৈছে: 16 February 2019. 
  9. "Neha Sharma's reply to fan wanting to see her and Ram Charan together on-screen again is winning the internet". zoomtventertainment.com. https://www.zoomtventertainment.com/telugu-cinema/article/neha-sharmas-reply-to-fan-wanting-to-see-her-and-ram-charan-together-on-screen-again-is-winning-the-internet/592857। আহৰণ কৰা হৈছে: 5 January 2022. 
  10. "Shooting of 'Kurradu' with Varun Sandesh and Neha Sharma in the lead was completed recently.". The New Indian Express. 6 October 2009. https://www.newindianexpress.com/entertainment/telugu/2009/oct/06/kurradu-wraps-up-shooting-94289.html। আহৰণ কৰা হৈছে: 19 November 2019. 
  11. "Neha Sharma to debut in Emraan Hashmi starrer Crook: It's Good To Be Bad". Bollywood Hungama. 9 March 2016. https://www.bollywoodhungama.com/news/bollywood/neha-sharma-to-debut-in-emraan-hashmi-starrer-crook-its-good-to-be-bad/। আহৰণ কৰা হৈছে: 19 November 2019. 
  12. "Neha Sharma is Shahid's love interest in 'Teri Meri Kahaani'". Zee News. 12 May 2012. https://zeenews.india.com/entertainment/celebrity/neha-sharma-is-shahid-s-love-interest-in-teri-meri-kahaani_111206.html। আহৰণ কৰা হৈছে: 19 November 2019. 
  13. "Neha Sharma to star with Shahid in Teri Meri Kahaani". India Today. 2 June 2012. https://www.indiatoday.in/magazine/eyecatchers/story/20120611-neha-sharma-to-star-with-shahid-in-teri-meri-kahaani-758675-2012-06-02। আহৰণ কৰা হৈছে: 19 November 2019. 
  14. "Neha, Sarah make Kya Super Kool Hain Hum look fresh: Riteish". India Today. 28 June 2012. https://www.indiatoday.in/movies/bollywood/story/kya-super-kool-hain-hum-adult-comedy-riteish-deshmukh-tusshar-kapoor-107323-2012-06-28। আহৰণ কৰা হৈছে: 19 November 2019. 
  15. "'Jayanta Bhai Ki Luv Story' | Neha Sharma". Bollywood Hungama. https://www.bollywoodhungama.com/news/parties-and-events/promo-launch-of-jayanta-bhai-ki-luv-story/promo-launch-of-jayanta-bhai-ki-luv-story-9/। আহৰণ কৰা হৈছে: 5 January 2022. 
  16. "Yamla Pagla Deewana 2 my biggest film so far: Neha Sharma". India Today. 3 April 2013. https://www.indiatoday.in/movies/bollywood/story/yamla-pagla-deewana-2-biggest-film-157619-2013-04-03। আহৰণ কৰা হৈছে: 19 November 2019. 
  17. "Neha Sharma goes de-glam for Youngistan!". The Indian Express. 28 February 2014. https://indianexpress.com/article/entertainment/screen/neha-sharma-goes-de-glam-for-youngistan/। আহৰণ কৰা হৈছে: 5 January 2022. 
  18. "Shirish Kunder's short film Kriti released: Manoj Bajpayee, Radhika Apte & Neha Sharma starrer psycho thriller is gripping". India.com. 23 June 2016. https://www.india.com/showbiz/shirish-kunders-short-film-kriti-released-manoj-bajpayee-radhika-apte-neha-sharma-starrer-psycho-thriller-is-gripping-1280605/। আহৰণ কৰা হৈছে: 19 November 2019. 
  19. "Sonu Sood, Ali Fazal and Neha Sharma part of Xuanzang, China's official entry to Oscars". India Today. 5 November 2016. https://www.indiatoday.in/movies/bollywood/story/sonu-sood-ali-fazal-and-neha-sharma-part-of-xuanzang-china-oscars-350393-2016-11-05। আহৰণ কৰা হৈছে: 19 November 2019. 
  20. "'Tum Bin 2' sneak peek: Neha Sharma brings back the romance". The Times of India. 28 January 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Tum-Bin-2-sneak-peek-Neha-Sharma-brings-back-the-romance/articleshow/54328723.cms। আহৰণ কৰা হৈছে: 19 November 2019. 
  21. "Arjun Kapoor shares Mubarakan 'madness' with Neha Sharma". Hindustan Times. 30 November 2016. https://www.hindustantimes.com/bollywood/arjun-kapoor-shares-mubarakan-madness-with-neha-sharma/story-hk4J0ntYgvYWAUSnsPR32L.html। আহৰণ কৰা হৈছে: 19 November 2019. 
  22. "Solo: Neha Sharma on her Tamil film debut, and working with Dulquer Salmaan, Bejoy Nambiar". Firstpost. 6 October 2017. https://www.firstpost.com/entertainment/solo-neha-sharma-on-her-tamil-film-debut-and-working-with-dulquer-salmaan-bejoy-nambiar-4112263.html। আহৰণ কৰা হৈছে: 19 November 2019. 
  23. "After working for 10 years in B-town, Tanhaji actor Neha Sharma still gets rejected in auditions: It is a terrible feeling". Zoom TV. 26 October 2021. https://www.zoomtventertainment.com/celebrity/excl-after-working-for-10-years-in-b-town-tanhaji-actor-neha-sharma-still-gets-rejected-in-auditions-it-is-a-terrible-feeling-article-87271212। আহৰণ কৰা হৈছে: 5 January 2022. 
  24. "Gippy Grewal welcomes Neha Sharma to Punjab". The Times of India. 1 August 2019. https://timesofindia.indiatimes.com/entertainment/punjabi/movies/news/gippy-grewal-welcomes-neha-sharma-to-punjab/articleshow/70481024.cms। আহৰণ কৰা হৈছে: 19 November 2019. 
  25. "Neha Sharma excited about her new film 'Vikalp'". https://www.aninews.in/news/entertainment/bollywood/neha-sharma-excited-about-her-new-film-vikalp20210825174859/। আহৰণ কৰা হৈছে: 19 June 2022. 
  26. "ZEE5 Original Aafat-E-Ishq starring Neha Sharma to premiere on October 29, 2021 - Bollywood Hungama". Bollywood Hungama. 8 October 2021. https://www.bollywoodhungama.com/news/bollywood/zee5-original-aafat-e-ishq-starring-neha-sharma-premiere-october-29-2021/। আহৰণ কৰা হৈছে: 5 January 2022. 
  27. "Neha Sharma spills the beans on working with her Jogira Sara Ra Ra co-star Nawazuddin Siddiqui". Free Press Journal. https://www.freepressjournal.in/entertainment/neha-sharma-spills-the-beans-on-working-with-her-jogira-sara-ra-ra-co-star-nawazuddin-siddiqui। আহৰণ কৰা হৈছে: 5 January 2022. 
  28. "BREAKING: Ananya Panday, Neha Sharma have crucial cameos in Bad Newz". Bollywood Hungama. 19 July 2024. https://www.bollywoodhungama.com/news/bollywood/breaking-ananya-panday-neha-sharma-crucial-cameos-bad-newz/। আহৰণ কৰা হৈছে: 19 July 2024. 
  29. "Illegal review: Piyush Mishra and Neha Sharma's new web series is an ill-made legal drama". India Today. https://www.indiatoday.in/binge-watch/story/illegal-review-piyush-mishra-and-neha-sharma-s-new-web-series-is-an-ill-made-legal-drama-1676878-2020-05-11। আহৰণ কৰা হৈছে: 5 November 2021. 
  30. "SocialSwag". socialswag.com. https://socialswag.com/। আহৰণ কৰা হৈছে: 7 July 2022. 
  31. "Shining With The Sharmas: Neha Sharma, Sister Aisha Set To Debut In Kardashians-style Series". News18. 27 May 2022. https://www.news18.com/news/movies/shining-with-the-sharmas-neha-sharma-sister-aisha-set-to-debut-in-kardashians-style-series-5257393.html। আহৰণ কৰা হৈছে: 7 July 2022. 
  32. "36 Days review: Impatience rules in this Purab Kohli-Neha Sharma show". The Indian Express. 2024-07-12. https://indianexpress.com/article/entertainment/web-series/36-days-review-impatience-rules-in-this-purab-kohli-neha-sharma-show-9449728/। আহৰণ কৰা হৈছে: 2024-07-14. 
  33. Jain, Vaishali (1 June 2021). "Tony Kakkar's Dheeme Dheeme has Turkish version and it's going viral. Seen yet?". indiatvnews.com. https://www.indiatvnews.com/trending/news-tony-kakkar-s-dheeme-dheeme-has-turkish-version-and-it-s-going-viral-seen-yet-708429। আহৰণ কৰা হৈছে: 10 July 2021. 
  34. "Paint your Valentines in romance with 'Galib' from 'Ik Sandhu Hunda Si'". The Times of India. https://timesofindia.indiatimes.com/entertainment/punjabi/music/paint-your-valentines-in-romance-with-galib-from-ik-sandhu-hunda-si/articleshow/74094084.cms। আহৰণ কৰা হৈছে: 10 July 2021. 
  35. "Dil Ko Karaar Aaya: Sidharth Shukla, Neha Sharma are deeply in love in Neha Kakkar's new song, Hrithik Roshan likes it too". Hindustan Times. 31 July 2020. https://www.hindustantimes.com/music/dil-ko-karaar-aaya-sidharth-shukla-neha-sharma-are-deeply-in-love-in-neha-kakkar-s-new-song-hrithik-roshan-likes-it-too/story-odCtDXTGnPGQwmRvLKUgvM.html। আহৰণ কৰা হৈছে: 10 July 2021. 
  36. "New Punjabi Song Video 2020: Guri's Latest Punjabi Gana Video Song 'Lambo Car'". The Times of India. https://timesofindia.indiatimes.com/videos/entertainment/music/punjabi/new-punjabi-song-video-2020-guris-latest-punjabi-gana-video-song-lambo-car/videoshow/79433380.cms। আহৰণ কৰা হৈছে: 10 July 2021. 
  37. "Thoda Thoda Pyaar: Romantic Track Starring Sidharth Malhotra and Neha Sharma Released Before V-Day". News18. 13 February 2021. https://www.news18.com/news/movies/thoda-thoda-pyaar-romantic-track-starring-sidharth-malhotra-and-neha-sharma-released-before-v-day-3425180.html। আহৰণ কৰা হৈছে: 10 July 2021. 
  38. "Aayush Sharma and Neha Sharma romance in Kolkata rain for Pehli Pehli Baarish music video". The Telegraph (India). https://www.telegraphindia.com/entertainment/aayush-sharma-and-neha-sharma-romance-in-kolkata-rain-for-pehli-pehli-baarish-music-video/cid/1878003। আহৰণ কৰা হৈছে: 23 August 2022. 
  39. "Tu Hai by Darshan Raval and Prakriti Giri ft Neha Sharma". The Times of India. https://timesofindia.indiatimes.com/videos/entertainment/music/hindi/enjoy-the-new-hindi-music-audio-for-tu-hai-by-darshan-raval-and-prakriti-giri/videoshow/109504980.cms। আহৰণ কৰা হৈছে: 2024-09-19. 
  40. "Mukke Paye Si: Sunny Kaushal, Neha Sharma in B Praak's new hit". The Statesman. 2024-08-18. https://www.thestatesman.com/entertainment/mukke-paye-si-sunny-kaushal-neha-sharma-in-b-praaks-new-hit-1503333053.html। আহৰণ কৰা হৈছে: 2024-09-19. 
  41. Times of India 50 most Desirable Women, 2010.
  42. "Times 50 Most Desirable Women of 2011 : The Winners". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/times-50-most-desirable-women-of-2011-the-winners/articleshow/11753716.cms। আহৰণ কৰা হৈছে: 6 August 2021. 
  43. "Times top 50 Most Desirable Women of 2012". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/times-top-50-most-desirable-women-of-2012/articleshow/19767120.cms। আহৰণ কৰা হৈছে: 6 August 2021. 
  44. "Deepika Padukone: 2013's Most desirable woman". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/queens-of-desire/articleshow/35726757.cms। আহৰণ কৰা হৈছে: 6 August 2021. 
  45. "Top 50 | Most Desirable Woman of 2014 | Images of Most Desirable Woman of 2014". The Times of India. https://timesofindia.indiatimes.com/topic/Most-Desirable-Woman-of-2014। আহৰণ কৰা হৈছে: 6 August 2021. 
  46. "Priyanka Chopra: The Most Desirable woman of 2015". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/priyanka-chopra-the-most-desirable-woman-of-2015/articleshow/52187930.cms। আহৰণ কৰা হৈছে: 6 August 2021. 
  47. Krishnan, Aishwarya (30 June 2017). "Srinidhi Shetty is the Most Desirable Woman of 2016! See Pics of Miss Supranational who beat Priyanka Chopra & Deepika Padukone to top Times' Poll List". India News, Breaking News | India.com. https://www.india.com/viral/srinidhi-shetty-is-the-most-desirable-women-of-2016-see-pics-of-miss-supranational-who-beat-priyanka-chopra-deepika-padukone-to-top-times-poll-list-2283436/। আহৰণ কৰা হৈছে: 6 August 2021. 
  48. "Here are the other winners of The Times 50 Most Desirable Women 2017". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/here-are-the-other-winners-of-the-times-50-most-desirable-women-2017/articleshow/64097758.cms। আহৰণ কৰা হৈছে: 6 August 2021. 
  49. "Meet India's most desirable divas". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/meet-indias-most-desirable-divas/articleshow/69468095.cms। আহৰণ কৰা হৈছে: 6 August 2021. 
  50. "MEET THE TIMES 50 MOST DESIRABLE WOMEN 2019". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/meet-indias-most-desirable-divas/articleshow/77805527.cms। আহৰণ কৰা হৈছে: 6 August 2021. 
  51. "The Times Most Desirable Woman of 2020: Rhea Chakraborty - Living through a trial by fire, gracefully". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/the-times-most-desirable-woman-of-2020-rhea-chakraborty-living-through-a-trial-by-fire-gracefully/articleshow/83312150.cms। আহৰণ কৰা হৈছে: 6 August 2021. 
  52. August Cover Girl: Neha Sharma
  53. "Birmingham Challengers announce Neha Sharma as co-owner". https://iplsoccer.tv/teams/birmingham/. 
  54. "Neha Sharma launches a new Japanese restaurant in Delhi". www.filmfare.com. https://www.filmfare.com/news/bollywood/neha-sharma-launches-a-new-japanese-restaurant-in-delhi-68547.html। আহৰণ কৰা হৈছে: 2024-10-11. 
  55. "Applause Entertainment Screenxx 2024 Awards". Instagram. 14 November 2024. https://www.instagram.com/p/DCWJWo5uWyt/?utm_source=ig_web_copy_link&igsh=MzRlODBiNWFlZA==. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]