সমললৈ যাওক

নৈহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নৈহাটী ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ উত্তৰ ২৪ পৰগনা জিলাৰ এখন চহৰ আৰু এখন পুৰণি পৌৰসভা, যিখন ১৮৬৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ই কলকাতা মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সামৰি লোৱা অঞ্চলৰ এটা অংশ।[1] যি ৰেল আৰু পথৰ যোগেদি কলকাতাৰ সৈতে সংযোগ স্থাপন কৰা হৈছে৷ এইখন চহৰত ভাৰতৰ জাতীয় গীত বন্দে মাতৰমৰ লেখক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়,[2] সাহিত্যিক হৰপ্ৰসাদ শাস্ত্ৰী, সমৰেশ বসু, বিখ্যাত ৰসায়নবিদ দেৱাশীষ মুখাৰ্জীৰ দৰে ব্যক্তিৰ জন্ম হৈছিল। ঘন জনবসতিপূৰ্ণ এই চহৰখনৰ জনসংখ্যা দুই লাখতকৈও অধিক। এই চহৰখন ভাৰতৰ এখন অন্যতম পৰিষ্কাৰ চহৰ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Base Map of Kolkata Metropolitan area". Kolkata Metropolitan Development Authority. Archived from the original on 2007-09-28. https://web.archive.org/web/20070928000049/http://www.cmdaonline.com/kma.html। আহৰণ কৰা হৈছে: 2007-09-03. 
  2. "Bankim Chandra Chattopadhyay House bears cracker brunt". https://www.telegraphindia.com/west-bengal/bankim-chandra-chattopadhyay-house-bears-cracker-brunt/cid/1734742.