নৰকাসুৰ (চলচ্চিত্ৰ)
Jump to navigation
Jump to search
![]() | এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
নৰকাসুৰ | |
---|---|
![]() নৰকাসুৰ এখন স্থিৰ চিত্ৰ (নৰকাসুৰৰ ভাৱত ফণী শৰ্মা) | |
পৰিচালক | নিপ বৰুৱা |
প্ৰযোজক | ভাস্কৰ চিত্ৰকলা কো-অপাৰেটিভ লিমিটেড, নলবাৰী |
চিত্ৰনাট্য | অমলেন্দু বাগ্চী |
কাহিনী | অতুলচন্দ্ৰ হাজৰিকা |
ভিত্তি | একে নামৰ নাটক, নাট্যকাৰ: অতুলচন্দ্ৰ হাজৰিকা |
অভিনয়ত | ফণী শৰ্মা জ্ঞানদা কাকতি ইভা আচাও তৰুণ চৌধুৰী ধৰণীধৰ চৌধুৰী |
সংগীত পৰিচালক | ব্ৰজেন বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | নলীন দুৱৰা |
সম্পাদনা | শিৱ ভট্টাচাৰ্য |
ষ্টুডিঅ’ | ইষ্ট ইণ্ডিয়া ষ্টুডিঅ', টালিগঞ্জ, কলিকতা |
পৰিবেশক | কাপুৰ চন্দ, গুৱাহাটী |
মুক্তি | ১৯৬১ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
বাজেট | ১,৫০,০০০ টকা (প্ৰায়) |
নিপ বৰুৱা পৰিচালিত আৰু পৌৰাণিক কথাছবি, 'নৰকাসুৰ'। মুক্তি দিয়া হৈছিল ১৯৬১ চনত। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰৰ অসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে।
'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে গুৱাহাটী দূৰদৰ্শনত দেখুওৱা হৈছিল।
নিৰ্মাণৰ আঁৰৰ কাহিনী[সম্পাদনা কৰক]
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
ছবিখনৰ কাহিনী[সম্পাদনা কৰক]
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
অভিনয়ত[সম্পাদনা কৰক]
- ফণী শৰ্মা (নৰকাসুৰ)
- জ্ঞানদা কাকতি (নৰকাসুৰৰ মাতৃ বসুমতী)
- ইভা আচাও (নৰকৰ ৰাণী মায়া)
- তৰুণ চৌধুৰী (সৰুকালৰ নৰকাসুৰ)
- ধৰণীধৰ চৌধুৰী (বিশ্বকৰ্মা)
- হৰেণ দাস
- নৰহৰি শইকীয়া
- বীণা দাস
- ব্ৰজেন বৰুৱা (শ্ৰী কৃষ্ণ)
- অমলেন্দু বাগ্চী
- চিত্ৰা দাস
- ধৰণী বৰ্মন
- আব্দুল আজিজ
- পীৰবক্স
- আতোৱাৰ ৰহমান (ঘটোৎকচ)
- ইত্যাদি
'নৰকাসুৰ'ৰ গান[সম্পাদনা কৰক]
'নৰকাসুৰ'ৰ সংগীত পৰিচালনা আছিল ব্ৰজেন বৰুৱাৰ।
- নামে যৌৱন অলকানন্দা / তাৰ চৰণ ধ্বনি -- (কথা: কেশৱ মহন্ত, কণ্ঠ: তৰুলতা দাস, মিনু দাস আৰু মীৰা চেটাৰ্জী)
প্ৰসংগ[সম্পাদনা কৰক]
- দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
অনান্য সংযোগ[সম্পাদনা কৰক]