নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী
অৱয়ব
| নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী | |
|---|---|
| স্থাপিত | ২০১৫ |
| ধৰণ | স্বায়ত্তশাসিত স্বাস্থ্য প্ৰতিষ্ঠান (কেন্দ্ৰীয় চৰকাৰ) |
| মূল প্ৰতিষ্ঠান | আয়ুস মন্ত্ৰ্যালয় |
| সঞ্চালক | ড° নীতা মহেশকাৰ |
| স্নাতক শিক্ষাৰ্থী | ৬৩ প্ৰতি বছৰ |
| স্থান | মাওডিয়াংডিয়াং, শ্বিলং, মেঘালয় 25°35′40″N 91°56′54″E / 25.5945°N 91.9483°Eস্থানাংক: 25°35′40″N 91°56′54″E / 25.5945°N 91.9483°E |
| চৌহদ | অৰ্ধনগৰ |
| ৱেবছাইট | neiah |
নৰ্থ ইষ্টাৰ্ন ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী (NEIAH) ভাৰত চৰকাৰৰ ভিতৰত আয়ুস মন্ত্ৰ্যালয়ৰ অধীনত এটা স্বায়ত্তশাসিত প্ৰতিষ্ঠান। এইখন মাওডিয়াংডিয়াং, শ্বিলং, মেঘালয়ত অৱস্থিত। ইয়াক ২০১৬ চনৰ ২২ ডিচেম্বৰত আয়ুস মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নাইকয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।[1]২০১৯-২০ শিক্ষাবৰ্ষৰপৰা দুয়োখন বিভাগত আসন বছৰি ৬৩ টালৈ বৃদ্ধি কৰা হৈছে।[2]প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদিক চিকিৎসা আৰু অস্ত্ৰোপচাৰত স্নাতক আৰু হোমিঅ’পেথিক চিকিৎসা আৰু অস্ত্ৰোপচাৰত স্নাতকৰ পাঁচ বছৰ ছমাহৰ পাঠ্যক্ৰম আগবঢ়ায় য’ত এবছৰৰ বাধ্যতামূলক ইণ্টাৰশ্বিপ অন্তৰ্ভুক্ত কৰা হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Naik inaugurates Northeast Institute of Ayurveda and Homeopathy". 22 December 2016. http://indianexpress.com/article/education/naik-inaugurates-northeast-institute-of-ayurveda-and-homeopathy/.
- ↑ "North Eastern Institute of Ayurveda & Homoeopathy (NEIAH), Shillong, Meghalaya". neiah.nic.in. http://neiah.nic.in/introduction.html। আহৰণ কৰা হৈছে: 2021-01-18.
- ↑ "North Eastern Institute of Ayurveda and Homoeopathy (NEIAH), Shillong, Meghalaya". http://neiah.nic.in/aboutus.html.