সমললৈ যাওক

নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স
মূলমন্ত্ৰ Ad Scientia Et Vita
ইংৰাজীত মূলমন্ত্ৰ Towards Knowledge and Life
স্থাপিত ১৯৮৭; ৩৮ বছৰ  আগতে (1987)
ধৰণ তৃতীয় পৰ্যায়ৰ যত্ন চিকিৎসালয়, স্বায়ত্তশাসিত প্ৰতিষ্ঠান
ধৰ্মীয় ভুক্তি নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ(এনএমচি)
বৃত্তিদান ৫৩০ কোটি (৭৪.৩১ মিলিয়ন ডলাৰ) (2025–26 est.)[1]
সঞ্চালক ডা° নলিন মেহতা
স্থান শ্বিলং, মেঘালয়, ভাৰতবৰ্ষ
স্থানাংক: 25°35′27″N 91°56′23″E / 25.5907°N 91.9398°E / 25.5907; 91.9398
চৌহদ অন্তনগৰ
ৱেবছাইট www.neigrihms.gov.in

নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স (NEIGRIHMS) ভাৰতবৰ্ষমেঘালয় ৰাজ্যৰ শ্বিলংত অৱশ্থিত এখন চিকিৎসা প্ৰতিষ্ঠান। শৈক্ষিক কেন্দ্ৰ পাহাৰ অঞ্চলৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ চহৰ শ্বিলংত "পূবৰ স্কটলেণ্ড" অৱস্থিত। ২০০৭ চনত পৰা পূৰ্ণাংগ তৃতীয় পৰ্যায়ৰ যত্ন চিকিৎসালয় সুবিধাসমূহ মাওডিয়াংডিয়াং, শ্বিলংত থকা ইয়াৰ স্থায়ী চৌহদত আৰম্ভ হৈছিল। ১৯৮৭ চনত ভাৰতৰ সংসদে "Centre of excellence" হিচাপে ঘোষণা কৰে। এইখনে ২০০৮ চনত MBBS পাঠদান কাৰ্যসূচী ৫০ জন (পঞ্চাচজন) ছাত্ৰ-ছাত্ৰীক গ্ৰহণ কৰি আৰম্ভ হৈছিল। তাৰ পিছত বছৰটোত অৰ্থাৎ ২০০৯ চনত তলত উল্লেখ কৰা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম ক্ৰমে-,এনাস্থেচিয়ালজি, মাইক্ৰ’বায়’লজী, অব্ষ্টেট্ৰিক্স, গাইনেক’লজী আৰু পেথ’লজী গ্ৰহণ কৰা হৈছে।[2][3]

ৰোগীৰ যত্নৰ বাবে উপলব্ধ বিভিন্ন বিভাগসমূহ হ’ল

[সম্পাদনা কৰক]
  • অৰ্থপেডিক্স
  • সাধাৰণ অস্ত্ৰোপচাৰ
  • ৰেডিঅ'লজি
  • ব্লাড বেংক
  • প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞান
  • সাধাৰণ চিকিৎসা
  • এনাস্থেচিয়ালজি
  • কাৰ্ডিঅ'-থ'ৰেচিক আৰু ভেছকুলাৰ চাৰ্জাৰী (CTVS)
  • কাৰ্ডিঅ'লজি
  • চকুৰ চিকিৎসা
  • ই এন টি
  • শিশু চিকিৎসা
  • ইউৰ’লজী
  • স্নায়ুচাৰ্জাৰী
  • অংক’লজী আৰু অংকোচাৰ্জাৰী
  • স্নায়ুবিজ্ঞান
  • ছালৰ ৰোগ আৰু এছটিআই ক্লিনিক
  • মনোৰোগ চিকিৎসা
  • ডিএমচিৰ সৈতে ডটছ চেণ্টাৰ
  • এ আৰ টি চেণ্টাৰ
  • ফিজিঅ'থেৰাপি
  • ডায়েটিচিয়ান


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "DEMAND NO. 46, Department of Health and Family Welfare, MINISTRY OF HEALTH AND FAMILY WELFARE". Indiabudget.gov.in. 1 Feb 2025. https://www.indiabudget.gov.in/doc/eb/sbe46.pdf। আহৰণ কৰা হৈছে: 1 Feb 2025. 
  2. "MCI derecognises NEIGRIHMS degrees". The Shillong Times. Archived from the original on 20 June 2017. https://web.archive.org/web/20170620125047/http://www.theshillongtimes.com/2016/12/21/mci-derecognises-neigrihms-degrees/। আহৰণ কৰা হৈছে: 17 June 2017. 
  3. "Meghalaya Govt Offers to Help NEIGRIHMS » Northeast Today". Northeast Today. 11 May 2017. https://www.northeasttoday.in/meghalaya-govt-offers-to-help-neigrihms/। আহৰণ কৰা হৈছে: 17 June 2017.