নৱাংগ ভুটিয়া
অৱয়ব
| নৱাংগ ভুটিয়া | |
|---|---|
| জন্ম | য়ুকছম, গ্যালচিং, ছিকিম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | সংৰক্ষণবিদ, প্ৰকৃতিবিদ |
| সংস্থা | বিএমঅ'এছ এনচিএছ |
নৱাংগ ভুটিয়া (ইংৰাজী: Nawang Gyasto Bhutia) ছিক্কিমৰ এগৰাকী প্ৰকৃতিবিদ। তেওঁক ছিক্কিমৰ পখিলা মানৱ (Butterfly Man of Sikkim)[1] নামেৰে জনা যায়। প্ৰকৃতি আৰু পখিলা সংৰক্ষণৰ বাবে জনাজাত ভুটিয়াৰ নাম আটাইতকৈ বেছি পখিলা হাতত তোলাৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sikkim’s Nawang Gyatso Bhutia represents India at 1st Bhutan Butterfly Meet". ইণ্ডিয়া টুডে এনই. ১৬ অক্টোবৰ, ২০২৫. https://www.indiatodayne.in/sikkim/story/sikkims-nawang-gyatso-bhutia-represents-india-at-1st-bhutan-butterfly-meet-1291552-2025-10-16। আহৰণ কৰা হৈছে: 8 January 2026.
- ↑ "Wings of hope". https://www.newindianexpress.com.+3 August, 2025. https://www.newindianexpress.com/thesundaystandard/2025/Aug/03/wings-of-hope। আহৰণ কৰা হৈছে: 8 January 2026.