ন ডৰাই
ন ডৰাই | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | তানীম ৰহমান অংশু |
চিত্ৰনাট্য |
|
অভিনয়ত | *ছৰিফুল ৰাজ
|
চিত্ৰগ্ৰহণকাৰী | সুমন সৰকাৰ |
মুক্তি |
২৯ নৱেম্বৰ ২০১৯ |
দৈৰ্ঘ্য |
১৫০ মিনিট [2] |
দেশ | বাংলাদেশ |
ভাষাসমূহ | বঙালী চাটগঞা |
ন ডৰাই (ইংৰাজী: No Dorai) তনীম ৰহমান অংশুৰ পৰিচালনাত নিৰ্মিত ২০১৯ চনৰ এখন বাংলাদেশী নাট্যধৰ্মী ছবি। কক্স বজাৰৰ পটভূমিত ৰচিত ন ডৰাইৰ কাহিনীটো এগৰাকী বাংলাদেশী কণমানি ছোৱালীৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে সমাজৰ নীতি-নিয়মক অৱজ্ঞা কৰি চাৰ্ফাৰ হোৱাৰ সপোন অনুসৰণ কৰে। এইখন প্ৰথম বাংলাদেশী চাৰ্ফিং ছবি। [3] ন ডৰাইৰ আক্ষৰিক অৰ্থ চাটগঞা উপভাষাত "ভয় নকৰা।" ইয়াত সুনেৰা বিণ্টে কমল আৰু ছৰিফুল ৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। [4] [5] [6]
এই ছবিখন ষ্টাৰ চিনেপ্লেক্সৰ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰথম উদ্যোগ। [7] ছবিখন মুক্তিৰ পূৰ্বে মোহন শ্বৰীফে গোৱা ইয়াৰ গীত ‘যন্ত্ৰণা’ই ছবিখনৰ বিষয়ে ঢৌৰ সৃষ্টি কৰিছিল। [8] ষ্টাৰ চিনেপ্লেক্সৰ ‘ন ডৰাই’ আৰু ফৰিদুৰ ৰেজা সাগৰৰ ‘ফাগুন হাৱাই’ যৌথভাৱে ২০১৯ চনৰ শ্ৰেষ্ঠ ছবিৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। [9]
সঁহাৰি
[সম্পাদনা কৰক]মুক্তিৰ পূৰ্বে সৃষ্টি হোৱা ঢৌ সত্ত্বেও [10] ন ডৰাইয়ে নেতিবাচক সমালোচনা লাভ কৰিছিল। কক্সৰ বজাৰৰ সুন্দৰ দৃশ্য আৰু নৱাগত অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ বাবে ছবিখনে প্ৰশংসা লাভ কৰিছে। কিন্তু কাহিনীটোৱে সমালোচকসকলৰ ভাল সমাদৰ পোৱা নাছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Honest review of No Dorai: Less surfing, more melodrama". Dhaka Tribune. 29 November 2019. https://www.dhakatribune.com/showtime/2019/11/29/honest-review-of-no-dorai-less-surfing-more-melodrama.
- ↑ "Star Cineplex Bangladesh | The First Multiplex Cinema Theater in Bangladesh.". https://www.cineplexbd.com/cineplexbd/showtimedetails/291/1139.
- ↑ "'No Dorai' to hit the shores on November 29" (en ভাষাত). The Daily Star. 2019-11-18. https://www.thedailystar.net/arts-entertainment/film/news/no-dorai-hit-the-shores-november-29-1828327.
- ↑ (bn ভাষাত). 26 November 2019. http://www.dainikamadershomoy.com/post/228809.
- ↑ (bn ভাষাত). 26 November 2019. https://m.prothomalo.com/entertainment/article/1626401/ছাড়পত্ৰ-পেয়েছে-‘ন-ডৰাই’-শুক্ৰবাৰ-মুক্তি.[সংযোগবিহীন উৎস]
- ↑ (bn ভাষাত)Samakal. 28 November 2019. https://www.samakal.com/entertainment/article/19115421/নিৰ্ভীকেৰ-ন-ডৰাই.
- ↑ "No Dorai: A mess that fails to deliver on its promise" (en ভাষাত). hifipublic.com. 2019-11-29. https://hifipublic.com/en/2019/11/29/no-dorai-a-mess-that-fails-to-deliver-on-its-promise/। আহৰণ কৰা হৈছে: 2019-12-01.[সংযোগবিহীন উৎস]
- ↑ "Honest review of No Dorai: Less surfing, more melodrama". Dhaka Tribune. 2019-11-29. https://www.dhakatribune.com/showtime/2019/11/29/honest-review-of-no-dorai-less-surfing-more-melodrama.
- ↑ (bn ভাষাত)banglanews24.com. 3 December 2020. https://www.banglanews24.com/entertainment/news/bd/827222.details.
- ↑ "'No Dorai' trailer attracts audiences". Daily Sun. https://www.daily-sun.com/post/401895.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Review by Dhaka Tribune