পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা
অৱয়ব
পদ্মশ্ৰী হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান লাভ কৰা অসমীয়া ব্যক্তিসকলৰ নাম তলৰ তালিকাত উল্লেখ কৰা হ'ল।[1]
তালিকা[2]
[সম্পাদনা কৰক]| # | চন | ব্যক্তিৰ নাম | আলোকচিত্ৰ | অৱদানৰ ক্ষেত্ৰ |
|---|---|---|---|---|
| ১ | ১৯৫৪ | ডা° মথুৰা দাস | চিকিৎসা বিজ্ঞান | |
| ২ | ১৯৫৪ | অমলপ্ৰভা দাস | জননীতি | |
| ৩ | ১৯৫৫ | কৃষ্ণকান্ত সন্দিকৈ | সাহিত্য আৰু শিক্ষা | |
| ৪ | ১৯৫৬ | সূৰ্য্যকুমাৰ ভূঞা | সাহিত্য আৰু শিক্ষা | |
| ৫ | ১৯৫৭ | নলিনীবালা দেৱী | সাহিত্য আৰু শিক্ষা | |
| ৬ | ১৯৬৩ | ডা° ননী চন্দ্ৰ বৰদলৈ | চিকিৎসা বিজ্ঞান | |
| ৭ | ১৯৭০ | আনন্দ চন্দ্ৰ বৰুৱা | সাহিত্য আৰু শিক্ষা | |
| ৮ | ১৯৭১ | অতুল চন্দ্ৰ হাজৰিকা | সাহিত্য আৰু শিক্ষা | |
| ৯ | ১৯৭১ | ডা° ৰবীন বেনাৰ্জী | সমাজসেৱা | |
| ১০ | ১৯৭২ | চন্দ্ৰপ্ৰভা শইকীয়ানী | সমাজসেৱা | |
| ১১ | ১৯৭৫ | মালতী বৰুৱা | সমাজসেৱা | |
| ১২ | ১৯৭৬ | পাৰবীন চুলতানা | কলা | |
| ১৩ | ১৯৭৭ | ইন্দিৰা মিৰি | সাহিত্য আৰু শিক্ষা | |
| ১৪ | ১৯৭৭ | ভূপেন হাজৰিকা | কলা | |
| ১৫ | ১৯৮২ | ঘনশ্যাম দাস | সমাজসেৱা | |
| ১৬ | ১৯৮৩ | নেকিবুজ জামান | চিকিৎসা বিজ্ঞান | |
| ১৭ | ১৯৮৪ | মুক্তি প্ৰসাদ গগৈ | চিকিৎসা বিজ্ঞান | |
| ১৮ | ১৯৮৪ | চৈয়দ আব্দুল মালিক | সাহিত্য আৰু শিক্ষা | |
| ১৯ | ১৯৮৭ | আব্দুছ ছাত্তাৰ | সাহিত্য আৰু শিক্ষা | |
| ২০ | ১৯৮৮ | মদৰাম ব্ৰহ্ম | সাহিত্য আৰু শিক্ষা | |
| ২১ | ১৯৮৯ | ৰংবং তেৰাং | সাহিত্য আৰু শিক্ষা | |
| ২২ | ১৯৯০ | নীলমণি ফুকন | সাহিত্য আৰু শিক্ষা | |
| ২৩ | ১৯৯১ | সতীশ চন্দ্ৰ কাকতি | সাহিত্য আৰু শিক্ষা | |
| ২৪ | ১৯৯১ | প্ৰতিমা পাণ্ডে বৰুৱা | কলা | |
| ২৫ | ১৯৯২ | মথুৰা নাথ ভট্টাচাৰ্য্য | চিকিৎসা বিজ্ঞান | |
| ২৬ | ১৯৯৮ | দিপালী বৰঠাকুৰ | কলা | |
| ২৭ | ২০০০ | ৰবীন্দ্ৰনাথ উপাধ্যায় | সমাজসেৱা | |
| ২৮ | ২০০১ | ভবেন্দ্ৰনাথ শইকীয়া | সাহিত্য আৰু শিক্ষা | |
| ২৯ | ২০০২ | পুষ্পা ভূঞা | কলা | |
| ৩০ | ২০০৩ | জাহ্নু বৰুৱা | সাহিত্য আৰু শিক্ষা | |
| ৩১ | ২০০৫ | হেম ভৰালী | সমাজসেৱা | |
| ৩২ | ২০০৭ | টেমচুলা আও | সাহিত্য আৰু শিক্ষা | |
| ৩৩ | ২০০৮ | সূৰ্য্যকান্ত হাজৰিকা | সাহিত্য আৰু শিক্ষা | |
| ৩৪ | ২০০৮ | যতীন গোস্বামী | কলা | |
| ৩৫ | ২০০৮ | শীলা বৰঠাকুৰ | সমাজসেৱা | |
| ৩৬ | ২০০৯ | তফজ্জুল আলি | কলা | |
| ৩৭ | ২০০৯ | বীৰেন্দ্ৰনাথ দত্ত | সাহিত্য আৰু শিক্ষা | |
| ৩৮ | ২০১০ | অৰুণ শৰ্মা | সাহিত্য আৰু শিক্ষা | |
| ৩৯ | ২০১১ | মহিম বৰা | সাহিত্য আৰু শিক্ষা | |
| ৪০ | ২০১৩ | ঘনকান্ত বৰা বৰবায়ন | কলা | |
| ৪১ | ২০১৩ | হেমেন্দ্ৰ প্ৰসাদ বৰুৱা | বাণিজ্য আৰু উদ্যোগ | |
| ৪২ | ২০১৪ | মুকুলচন্দ্ৰ গোস্বামী ডাঃ সৰ্বেশ্বৰ চহৰীয়া | সমাজসেৱা | |
| ৪৩ | ২০১৫ | যাদৱ পায়েং | অন্য[3] | |
| ৪৪ | ২০১৫ | লক্ষ্মীনন্দন বৰা | সাহিত্য আৰু শিক্ষা | |
| ৪৫ | ২০১৬ | ধীৰেন্দ্ৰ নাথ বেজবৰুৱা | সাহিত্য আৰু শিক্ষা | |
| ৪৬ | ২০১৬ | প্ৰহ্লাদ চন্দ্ৰ তাছা | সাহিত্য আৰু শিক্ষা | |
| ৪৭ | ২০১৬ | কামেশ্বৰ ব্ৰহ্ম | সাহিত্য আৰু শিক্ষা | |
| ৪৮ | ২০১৬ | অজয় কুমাৰ দত্ত | সমাজসেৱা[4] | |
| ৪৯ | ২০১৭ | ড॰ জিতেন্দ্ৰনাথ গোস্বামী | বিজ্ঞান আৰু অভিযান্ত্ৰিক | |
| ৫০ | ২০১৭ | এলি আহমেদ | সাহিত্য আৰু শিক্ষা[5] | |
| ৫১ | ২০১৮ | অৰূপ কুমাৰ দত্ত | সাহিত্য আৰু শিক্ষা | |
| ৫২ | ২০১৮ | প্ৰফুল্ল গোবিন্দ বৰুৱা | সাংবাদিকতা | |
| ৫৩ | ২০১৮ | জয়শ্ৰী গোস্বামী মহন্ত | সাহিত্য আৰু শিক্ষা | |
| ৫৪ | ২০১৯ | উদ্ধৱ ভৰালী | বিজ্ঞান আৰু প্ৰযুক্তি[6] | |
| ৫৫ | ২০১৯ | ইলিয়াছ আলি | চিকিৎসা[6] | |
| ৫৬ | ২০২০ | ইন্দিৰা পি পি বৰা | কলা[7] | |
| ৫৭ | ২০২০ | ৰবি কান্নান আৰ | চিকিৎসা[7] | |
| ৫৮ | ২০২০ | কুশল কোঁৱৰ শৰ্মা | চিকিৎসা[7] | |
| ৫৯ | ২০২০ | লীল বাহাদুৰ চেত্ৰী | সাহিত্য আৰু শিক্ষা[7] | |
| ৬০ | ২০২০ | যোগেন্দ্ৰ নাথ ফুকন | সাহিত্য আৰু শিক্ষা[7] | |
| ৬১ | ২০২১ | লখিমী বৰুৱা | সমাজসেৱা[8] | |
| ৬২ | ২০২১ | গোপীৰাম বৰগায়ন বুঢ়াভকত | কলা[8] | |
| ৬৩ | ২০২১ | বিজয়া চক্ৰৱৰ্তী | প্ৰশাসনিক সেৱা[8] | |
| ৬৪ | ২০২১ | মংগলসিং হাজোৱাৰী | সাহিত্য আৰু শিক্ষা[8] | |
| ৬৫ | ২০২১ | দুলাল মানকি | কলা[8] | |
| ৬৬ | ২০২১ | বিৰুবালা ৰাভা | সমাজসেৱা[8] | |
| ৬৭ | ২০২১ | ৰোমান শৰ্মা | সাহিত্য আৰু শিক্ষা[8] | |
| ৬৮ | ২০২১ | ইমৰান শ্বাহ | সাহিত্য আৰু শিক্ষা[8] | |
| ৬৯ | ২০২২ | শকুন্তলা চৌধুৰী | সমাজ সেৱা | |
| ৭০ | ২০২২ | ধনেশ্বৰ ইংতি | সাহিত্য আৰু শিক্ষা | |
| ৭১ | ২০২৩ | হেম চন্দ্ৰ গোস্বামী | কলা | |
| ৭২ | ২০২৩ | হেমপ্ৰভা চুতীয়া | কলা | |
| ৭৩ | ২০২৩ | ৰামকুইৱাংবে জেমে নিউমে | সমাজ সেৱা | |
| ৭৪ | ২০২৪ | পাৰ্বতী বৰুৱা | হাতী মাউট | |
| ৭৫ | ২০২৪ | সৰ্বেশ্বৰ বসুমতাৰী | অন্যান্য - কৃষি | |
| ৭৬ | ২০২৪ | দ্ৰোণ ভূঞা | ওজা পালি | |
| ৭৭ | ২০২৫ | অনিল চন্দ্ৰ বড়ো | শিক্ষা | |
| ৭৮ | ২০২৫ | গীতা উপাধ্যায় | সাহিত্য/লোকসংস্কৃতি | |
| ৭৯ | ২০২৫ | জয়নাচৰণ বাথাৰী | লোকসংস্কৃতি | |
| ৮০ | ২০২৫ | ৰেৱকান্ত মহন্ত | কলা |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ List of Padma Shri award winers - English Wikipedia
- ↑ "PADMA AWARDSː PREVIOUS AWARDEES". MINISTRY OF HOME AFFAIRS, GOVT. OF INDIA. Archived from the original on 2022-01-26. https://web.archive.org/web/20220126145026/http://www.dashboard-padmaawards.gov.in/?Place=Assam&Award=Padma%20Shri। আহৰণ কৰা হৈছে: ১০ জানুৱাৰী 2015.
- ↑ "পদ্ম বিজয়ী তালিকা ২০১৫". Archived from the original on 2015-01-27. https://web.archive.org/web/20150127225955/http://ibnlive.in.com/news/full-list-padma-awards-2015/524838-3.html। আহৰণ কৰা হৈছে: 2015-01-29.
- ↑ "পদ্ম বিজয়ী ২০১৬". Archived from the original on 2016-08-15. https://web.archive.org/web/20160815114910/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2616%2Fat055। আহৰণ কৰা হৈছে: 2016-01-26.
- ↑ পদ্ম বিজয়ী ২০১৭
- ↑ 6.0 6.1 পদ্ম বিজয়ী ২০১৯
- ↑ 7.0 7.1 7.2 7.3 7.4 পদ্ম বিজয়ী ২০২০
- ↑ 8.0 8.1 8.2 8.3 8.4 8.5 8.6 8.7 "Padma Awards: 2021" (PDF). Ministry of Home Affairs (India). 25 January 2021. https://www.mha.gov.in/sites/default/files/2021AwardeesList_25012021_0.pdf। আহৰণ কৰা হৈছে: 26 January 2021.

























