সমললৈ যাওক

পদ্মা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদ্মা দেৱী

কিষাণ কন্যা ছবিত পদ্মা দেৱী (১৯৩৭)
জন্ম নিলীমা
১৯১৭
বংগ, ব্ৰিটিছ ভাৰত
মৃত্যু ১ ফেব্ৰুৱাৰী, ১৯৮৩ (৬৬ বছৰ)
কলকাতা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • অভিনেত্ৰী
  • কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৩১-১৯৭৯

পদ্মা দেৱী (ইংৰাজী: Padma Devi ; ১৯১৭–১৯৮৩) এগৰাকী জনপ্ৰিয় ভাৰতীয় বাংলা, হিন্দী/হিন্দুস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী আছিল। ধীৰুভাই দেশাইৰ পৰিচালনা আৰু সৰোজ ফিল্ম কোম্পানীয়ে প্ৰযোজনা কৰা ছি গডেছ (১৯৩১) ছবিৰ মূল চৰিত্ৰত অভিনয় কৰি পদ্মাই নিজৰ কেৰিয়াৰত এশৰো অধিক ছবিত অভিনয় কৰে।[1][2]

১৯১৭ চনত তেওঁ ব্ৰিটিছ ভাৰতৰ বংগত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ আছিল মাদাৰীপুৰ। জন্মৰ নাম আছিল নিলিমা।

তেওঁ কেইবাখনো ছবিতো গীত গাইছে- সতী মহানন্দ (১৯৩৩), মহাৰাণী (১৯৩৪), বেহেন কা প্ৰেম (১৯৩৫), সংদিল সমাজ (১৯৩৬), কিষাণ কন্যা (১৯৩৭) আৰু জামানা (১৯৩৮) ইয়াৰ ভিতৰত উল্লেখযোগ্য। বলীউড কেৰিয়াৰৰ সমান্তৰালভাৱে পদ্মাই বাংলা আৰু কানাড়া ভাষাৰ চলচ্চিত্ৰতো কাম কৰিছিল।[3][4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Rajadhyaksha, Ashish; Willemen, Paul (1999-06-26) (en ভাষাত). Encyclopaedia of Indian cinema. British Film Institute. ISBN 9780851706696. https://archive.org/details/encyclopaediaofi0000raja. 
  2. says, Vidur Sury. "Padma Devi – Filmography – Cineplot.com" (en-US ভাষাত). Archived from the original on 2019-08-12. https://web.archive.org/web/20190812223631/https://cineplot.com/padma-devi-filmography/। আহৰণ কৰা হৈছে: 2019-07-26. 
  3. "Padma Devi – Cineplot.com" (en-US ভাষাত). https://cineplot.com/padma/। আহৰণ কৰা হৈছে: 2019-07-26. 
  4. "PADMA DEBI: Film / Movie Information". www.citwf.com. https://www.citwf.com/detailPerson.asp?personID=149656&sortOn=YEAR&sortBy=UP। আহৰণ কৰা হৈছে: 2019-07-26. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]