পদ্মা নদীৰ মাঝি
অৱয়ব
| পদ্মা নদীৰ মাঝি | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | গৌতম ঘোষ |
| চিত্ৰনাট্য | গৌতম ঘোষ |
| ভিত্তি | পদ্মা নদীৰ মাঝি লেখক: মাণিক বন্দোপাধ্যায় |
| প্ৰযোজক |
|
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | গৌতম ঘোষ |
| সম্পাদনা | মলয় বেনাৰ্জী |
| সংগীত পৰিচালক |
|
| পৰিবেশক | ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম |
মুক্তি |
১২ মাৰ্চ ১৯৯৩ (India) |
দৈৰ্ঘ্য |
১২৬ মিনিট |
| দেশসমূহ |
|
| ভাষা | বঙালী |
পদ্মা নদীৰ মাঝি (ইংৰাজী: Padma Nadir Majhi) মানিক বন্দোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আৰু গৌতম ঘোষ পৰিচালিত[1] ভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনাৰ এখন পূৰ্ণদৈৰ্ঘ্য নাট্যধৰ্মী ছবি, য’ত পদ্মা নদীৰ মাছমৰীয়াসকলৰ জীৱনক চিত্ৰিত কৰা হৈছে।[2] ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে বাংলাদেশত কৰা হৈছিল।
অভিনয় শিল্পী
[সম্পাদনা কৰক]বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯২)
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।
- শ্ৰেষ্ঠ পৰিচালক- গৌতম ঘোষ
- ১৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বাংলাদেশ)
- শ্ৰেষ্ঠ চলচ্চিত্ৰ
- শ্ৰেষ্ঠ অভিনেতা- ৰাইছুল ইছলাম আছাদ
- শ্ৰেষ্ঠ অভিনেত্ৰী – চম্পা
- শ্ৰেষ্ঠ কলা নিৰ্দেশক – মহিউদ্দিন ফাৰুক
- শ্ৰেষ্ঠ মেকআপমেন- মহম্মদ আলাউদ্দিন
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Das, Santanu (11 May 2022). "'Padma Nadir Majhi' is our regional recco this week". The Telegraph (India). https://www.telegraphindia.com/my-kolkata/lifestyle/padma-nadir-majhi-a-powerful-piece-of-cinema-is-our-regional-recco-this-week/cid/1864475.
- ↑ Kavita (13 October 2019). "Quiet flows the disquieting river". The Daily Star. https://www.thedailystar.net/news-detail-109581.
- ↑ "Utpal Dutt and 5 of his greatest roles in Bengali cinema". The Times of India. 16 August 2018. https://timesofindia.indiatimes.com/entertainment/bengali/movies/photo-features/utpal-dutt-and-5-of-his-greatest-roles-in-bengali-cinema/hossian-miya-in-padma-nadir-majhi/photostory/65423684.cms.
- ↑ "5 Tollywood movies that prove Roopa Ganguly is a treasure to Bengali cinema". The Times of India. 1 August 2018. https://timesofindia.indiatimes.com/entertainment/bengali/movies/photo-features/5-tollywood-movies-that-prove-roopa-ganguly-is-a-treasure-to-bengali-cinema/padma-nadir-majhi-1993/photostory/65225150.cms.
- ↑ Deepita, Novera (11 October 2005). "Ahsanul Haque Minu: An acclaimed actor". The Daily Star. https://archive.thedailystar.net/2005/10/11/d51011140192.htm.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- পদ্মা নদীৰ মাঝি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Padma Nadir Majhi at calcuttatube.com
- Padma Nadir Majhi at Hollywood.com at Archive.today (archived 2013-01-25)
| |||||||||||||